DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰ হৈ ম্যানমাৰলৈ চলে সাৰৰ অবৈধ বেপাৰ; কোকৰাঝাৰত ৩খনকৈ ট্ৰাক জব্দ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 12, 2019 9:43 am
772
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ চেৰফাংগুৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা এক তালাচীত মঙলবাৰে তিনিখনকৈ চোৰাং সাৰভৰ্তি ট্ৰাক জব্দ কৰা হয়। ট্ৰাককেইখনৰ লগতে আৰক্ষীয়ে চালকসহ ৬জন লোকক আটক কৰে।

জানিব পৰা মতে পশ্চিমবংগৰ পৰা আহি থকা ট্ৰাককেইনত জব্দ কৰা সাৰৰ বস্তাসমূহ ম্যানমাৰলৈ চালান দিয়াৰ উদ্দেশ্যে নি থকা হৈছিল।

কোকৰাঝাৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি শিলিগুৰীৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ খবৰ লাভ কৰি চেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত উক্ত চালাচী চলায়।

এ এছ ১৯ এ চি-১১৭১, এ এছ ০১ কে চি-৫৫৪৭ আৰু এ এছ ০১ কে চি-৫৫৫৭ নম্বৰৰ ট্ৰাককেইখনৰ সৈতে আটক কৰা লোককেইজনক জহিৰুল ইছলাম, আমিনুল হক, ফিদৌছ আলি, আব্দুল বাৰিক, গুলজাৰ হুচেইন আৰু জামান বুলি চিনাক্ত কৰা হৈছে।

জব্দ কৰা ট্ৰাককেইখনত সাৰৰ কোনোধৰণৰ চালান নথকাৰ বিপৰীতে আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা চাউলৰ ভুৱা চালান উদ্ধাৰ কৰে। শিলচৰৰ মহামায়া ট্ৰেডাৰ্চৰ নামত উক্ত চালানখন ইচ্ছ্যু হৈছিল।

আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং কাৰবাৰৰ কথা স্বীকাৰ কৰি শিলচৰৰ পৰা মিজোৰাম হৈ ম্যানমাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে সাৰখিনি আনি থকা হৈছিল বুলি সদৰী কৰে। শিলচৰৰ এটা বৃহৎ সাৰ চিণ্ডিকেট ইয়াৰ সৈতে জড়িত আছে।

এই সম্পৰ্কত অধিক তথ্যৰ বাবে সম্প্ৰতি ধৃত লোক কেইজনক চেৰফাংগুৰী থানাত জেৰা চলাই থকা হৈছে।

Recent News

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd