• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যাহ্ন ভোজনৰ খাদ্যত ওলাল সাপ! আহাৰ গ্ৰহণ কৰি চিকিৎসাধীন হ’ল ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 7:21 pm
Snake Found In Mid-Day Meal
169
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয়ত শিক্ষাৰ্থীক খাবলৈ দিয়া মধ্যাহ্ন ভোজনৰ খাদ্যত ওলাইছে সাপ আৰু এই খাদ্য গ্ৰহণ কৰি ৰুগীয়া হৈ পৰা একাধিক ছাত্ৰ-ছাত্ৰী ভৰ্তি হ’বলগীয়া হৈছে চিকিৎসালয়ত। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই আজৱ কাণ্ড সংঘটিত হৈছে পশ্চিম বংগত।

পশ্চিম বংগৰ বীৰভূম জিলাৰ ময়ুৰেশ্বৰ ব্লকৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে মধ্যাহ্ন ভোজনত পৰিবেশন কৰা খাদ্য গ্ৰহণ কৰি অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে।

শিক্ষাৰ্থীসকলে খাদ্য খোৱাৰ পাছতে বমি কৰিবলৈ আৰম্ভ কৰাৰ বাবে শংকিত হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষ আৰু ততাতৈয়াকৈ অসুস্থ শিক্ষাৰ্থীসকলক ৰামপুৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

ইফালে বিদ্যালয়ত খাদ্য প্ৰস্তুত কৰা এগৰাকী কৰ্মচাৰীৰ দাবী অনুসৰি দাইল ভৰ্তি এটা পাত্ৰত পোৱা গৈছিল সাপ। এই কাৰণতে শিক্ষাৰ্থীসকল হঠাতে অসুস্থ হৈ পৰা বুলি প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে কৰ্মচাৰীগৰাকীয়ে।

ইফালে ঘটনা সন্দৰ্ভত ব্লক উন্নয়ন বিষয়া গৰাকীয়ে সাংবাদিকৰ আগত দিয়া ভাষ্য মতে মধ্যাহ্ন ভোজন খোৱাৰ পিছতে শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ অভিযোগ গাঁৱৰ কমধ্যগৰাকীও লোকৰ পৰা পোৱা গৈছে।

ঘটনাৰ তদন্তৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ জিলা পৰিদৰ্শকে ১০ জানুৱাৰীত বিদ্যালয়খন ভ্ৰমণ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে এগৰাকী শিক্ষাৰ্থীৰ বাদে সকলোকে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি সদৰী কৰে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতে ক্ষোভিত অভিভাৱকসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ঘেৰাও কৰি তেওঁৰ দুচকীয়া বাহনখন ক্ষতিগ্ৰস্ত কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd