• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাউণ্ট এভাৰেষ্টৰ তিব্বতৰ ঢালত প্ৰবল তুষাৰপাতত আৱদ্ধ হৈ পৰিছে প্ৰায় ১০০০ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 10:30 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূব তিব্বতত হঠাতে প্ৰবল তুষাৰপাতৰ মাউণ্ট এভাৰেষ্টৰ দূৰৱৰ্তী ঢালত প্ৰায় ১০০০ লোকক আবদ্ধ কৰি ৰখাৰ পিছত উদ্ধাৰকাৰী দলসমূহে ক্ষিপ্ৰতাৰে অভিযান আৰম্ভ কৰিছে।

শুকুৰবাৰে শেষৰ ফালে ধুমুহা আৰম্ভ হোৱাৰ পিছৰে পৰা ৪,৯০০ মিটাৰ (১৬,০০০ ফুট)তকৈও অধিক উচ্চতাৰ কেম্প ছাইটসমূহত প্ৰচণ্ড তুষাৰপাত হয়, যাৰ ফলত প্ৰৱেশ বন্ধ হৈ পৰিছে আৰু শ শ পৰ্বতাৰোহী আৰু যাত্ৰী বিপদ সংকটত পৰিছে।

Apply Now

কৰ্তৃপক্ষই শ শ স্থানীয় গাঁওবাসী আৰু জৰুৰীকালীন কৰ্মী নিয়োগ কৰি অৱৰুদ্ধ পথসমূহ মুকলি কৰি আৱদ্ধ ব্যক্তিক বিচাৰি উলিয়াবলৈ সক্ষম হৈছে।

স্থানীয় সূত্ৰই জনোৱা মতে, উদ্ধাৰকাৰীয়ে প্ৰায় ৩৫০ জন লোকক নিৰাপদে অঞ্চলটোৰ সৰু চহৰ কুডাংলৈ লৈ গৈছে। বতৰৰ পৰিস্থিতি সাপেক্ষে উদ্ধাৰকাৰীয়ে আনসকলক নিৰাপদ দিশলৈ পথ প্ৰদৰ্শন কৰি আহিছে।

নিজৰ দলৰ সৈতে কুডাংত উপস্থিত হ’বলৈ সক্ষম হোৱা ট্ৰেকাৰ চেন গেছুৱাঙে কয় যে, “ঠাণ্ডা আৰু সেমেকা পৰিস্থিতি অসহ্যকৰ আছিল, হাইপোথাৰ্মিয়া (শৰীৰ ঠাণ্ডা পৰি যোৱা) এক গুৰুতৰ ভাবুকি হৈ পৰিছিল। “এই অক্টোবৰৰ বতৰটো আমাৰ গাইডে আগতে দেখা বতৰৰ দৰে নহয়। ই আমাক কোনো সতৰ্কবাণী নিদিয়াকৈয়ে আঘাত কৰিলে।”

তিব্বতৰ ব্লু স্কাই ৰেচকিউ টিমে ভাঙি পৰা তম্বু আৰু ইতিমধ্যে হাইপোথাৰ্মিয়াৰ লক্ষণ দেখা পোৱা কেইবাজনো ব্যক্তিৰ পৰা বিপদৰ বাৰ্তা লাভ কৰে।

জৰুৰীকালীন কৰ্মীয়ে তৎক্ষণাত সঁহাৰি জনাই গভীৰ বৰফ আৰু সংকটপূৰ্ণ পথৰ মাজেৰে গৈ আক্ৰান্ত শিবিৰসমূহত উপনীত হয়।

এই সংকটৰ প্ৰতি সঁহাৰি জনাই টিংৰি কাউন্টি টুৰিজিম কোম্পানীয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে শনিবাৰৰ পৰা টিকট বিক্ৰী বন্ধ কৰি এভাৰেষ্টৰ নৈসৰ্গিক দৃশ্যমালাৰ অঞ্চলত প্ৰৱেশ বন্ধ কৰি দিছে।

এই বৰফৰ ধুমুহাই অঞ্চলটোত ব্যাপক আৰু ভয়াৱহ বতৰৰ আশংকা ঘণীভূত কৰে। চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ভূমিস্খলন আৰু বিধ্বংসী বানপানীৰ সৃষ্টি কৰা প্ৰচণ্ড বৰষুণৰ সৈতে যুঁজিছে, যাৰ ফলত কমেও ৪৭ জন লোকৰ প্ৰাণহানি হৈছে আৰু দলঙকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস হৈছে।

ইফালে পূব চীনত আমফান মাটমোৱে স্থলভাগত প্ৰৱেশ কৰাৰ ফলত প্ৰায় ১ লাখ ৫০ হাজাৰ বাসিন্দাক খালী কৰিবলৈ বাধ্য হয়।

৮,৮৪৯ মিটাৰ উচ্চতাত থকা এভাৰেষ্টে শৃংগই বিশ্বৰ বিভিন্ন প্ৰান্তৰ দুঃসাহসিক অভিযানকাৰীসকলক আকৰ্ষণ কৰি আহিছে যদিও এই আৰোহণ আটাইতকৈ বিপজ্জনক হৈয়েই আছে।

শেহতীয়া বছৰবোৰত অতিমাত্ৰা ভিৰ, পৰিৱেশৰ অৱক্ষয় আৰু মাৰাত্মক দুৰ্ঘটনা আদি বিষয়সমূহে ট্ৰেকিং আৰু আৰোহনৰ গন্তব্যস্থান হিচাপে পৰ্বতটোৰ ভৱিষ্যতৰ বিষয়ে ক্ৰমাৎ উদ্বেগ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd