DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“সাজ-পোচাক চায়ে প্ৰতিবাদকাৰীক চিনিব পাৰি”, মোদীৰ “সস্তীয়া মন্তব্য”ক গৰিহণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2019 5:43 pm
Modi in jharkhand

প্ৰতিনিধিত্বমূলক ছবি।

305
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ সাজ-পোচাক চায়ে কোন চিনিব পাৰি বুলি কৰা “সস্তীয়া” মন্তব্যৰ বাবে প্ৰধান মন্ত্ৰীক গৰিহণা দিছে দেশৰ বিভিন্ন প্ৰান্তত।

প্ৰধান মন্ত্ৰীজনৰ এই মন্তব্যক সাম্প্ৰদায়িক বুলিও আখ্যা দিছে দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে।

১৫ ডিচেম্বৰত ঝাৰখণ্ডৰ ডুমকাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত মোদীয়ে কৈছিল, “প্ৰতিবাদকাৰীসকল কোন তেওঁলোকৰ সাজ-পোচাক চায়ে চিনিব পাৰি”।

প্ৰধান মন্ত্ৰীজনে এই মন্তব্যৰ জৰিয়তে “প্ৰতিবাদকাৰীসকল সকলো মুছলমান” হিচাপে ক’ব খোজা বুলি বিভিন্নজনৰ দাবী।

আন কিছুমানৰ দাবী, মোদীয়ে ইয়াৰ জৰিয়তে দেশত সাম্প্ৰদায়িক বিভাজন আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব খুজিছে।

ইপিনে বিজেপিৰ সমৰ্থক আৰু আন আন হিন্দুত্ববাদী শক্তিবোৰে মোদীৰ এই বক্তব্যত জোৰ দি নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক হিন্দু-বিৰোধী সজোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

কিছু সংখ্যকে অসম্পৰ্কিত পুৰণি ছবিক পশ্চিম বংগৰ প্ৰতিবাদৰ সময়ত মুছলমানে হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ ছবি হিচাপে ভুৱা প্ৰচাৰ কৰিছে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd