• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাজ কল্যাণ বিভাগত দুৰ্নীতি: দিব্যাংগৰ পৰা উপঢৌকন বিচাৰি নিলম্বিত কৰ্মচাৰী

তদন্তৰ সময়ছোৱাত জিলা সমাজ কল্যাণ বিষয়াগৰাকীক দায়িত্বৰ পৰা আঁতৰাই ৰখাৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2021 12:40 pm
kkk

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰতিবন্ধী সকলৰ উন্নয়নৰ বাবে কাম কৰা একমাত্ৰ বিভাগটোৱে হৈছে সমাজ কল্যাণ বিভাগ৷

কিন্তু এই বিভাগটোতে দুৰ্নীতি সৰ্বাধিক বুলি অভিযোগ উত্থাপিত হৈছে৷

Apply Now

শিশুৰ পৰা বৃদ্ধালৈ, দিব্যাংগৰ পৰা আৰ্তজনলৈ সকলোকে এই বিভাগৰ দ্বাৰা সহযোগ আগবঢ়াব লাগে যদিও হিতাধিকাৰীক নিজৰ প্ৰাপ্য দিবলৈ বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে উৎকোচ সংগ্ৰহ কৰে৷

ফলত উৎকোচ দিবলৈ অমান্তি হোৱা লোকে চৰকাৰী আচনিৰ পৰা বঞ্চিত হৈ আহিছে৷ ৰাজ্যৰ বিয়োগাম সমাজ কল্যাণ বিভাগত দুৰ্নীতি যে চলি আছে তাৰ পুনৰ প্ৰমাণ পোৱা গৈছে। বিশেষকৈ দিব্যাংগ সকলৰ আঁচনিৰ নামত কিদৰে একাংশ কৰ্মচাৰীয়ে ধৰ সংগ্ৰহ কৰিছে তাৰেই এক অডিঅ’ ক্লিপ ফাদিল হোৱাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

 

শেহতীয়াকৈ প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সম্পাদক নৃপেন মালাকাৰে তথ্য সহকাৰে অডিঅ ক্লিপতো সমাজ কল্যাণ বিভাগৰ বিভাগীয় মুৰব্বীৰ হাতত জমা দিয়া বুলি জানিবলৈ দিছে৷

 

মালাকাৰে মঙ্গলবাৰে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয়- বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ বাবে স্বাধীনতাৰ সাত দশক পিছতে চৰকাৰী আচনিৰ পৰা বঞ্চিত হৈ আহিছে প্ৰকৃত হিতাধিকাৰী৷ অন্যহাতে প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি ৰাজ্যৰ প্ৰতিবন্ধী সকলে নিযুক্তিকে ধৰি সকলো কাম কাজতে ৪ শতাংশ সংৰক্ষণ পাব লাগে যদিও বিভাগৰ হেমাহীৰ বাবে আজিকোপতি চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে প্ৰতিবন্ধী সকল৷ ইফালে শেহতীয়াকৈ ভাইৰেল হোৱা উক্ত অডিঅ’ ক্লিপটোত ৰিতুৰাজ দাস নামৰ দৃষ্টিহীন যুৱকজনক কামৰূপ জিলাৰ সমাজ কল্যাণ বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী মৌচুমী বৰ্মণে বিভাগীয় আঁচনিৰ প্ৰদানৰ নামত ১ হাজাৰ টকা উপঢৌকন বিচাৰিছিল৷”

 

“পিছত যুৱকজনে অসহায় হৈ সংস্হাৰ লগত যোগাযোগ কৰিছিল৷

 

ইপিনে সমাজ কল্যাণ বিভাগে উক্ত অডিঅ ক্লিপ লাভ কৰাৰ পিছত তৎকালে কাৰ্য্যকৰী হোৱাকৈ মৌচুমী বৰ্মনক চাকৰিৰ পৰা নিলম্বন কৰিছে৷

 

কিন্তু মালাকাৰে কয়- অকল তৃতীয় বৰ্গৰ কৰ্মচাৰী গৰাকীকে নহয় জিলা কাৰ্যলয়তোৰ প্ৰতিগৰাকী কৰ্মচাৰী ওপৰত নজৰ ৰাখিব লাগে চৰকাৰে৷”

 

বিভাগত হৈ থকা এনেবোৰ কাৰ্য শীৰ্ঘে বন্ধ কৰাৰ লগতে বিষয়টোৰহ তদন্তৰ সময়ছোৱাত জিলা সমাজ কল্যাণ বিষয়াগৰাকীক দায়িত্বৰ পৰা আঁতৰাই ৰখাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে৷

 

কেৱল কামৰূপ জিলাতে নহয়, সঞ্চালকালয়ৰ কাৰ্যলয়ৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিটো জিলা কাৰ্যলয়তে আচনি প্ৰদানৰ নামত যে বৃহৎ বজাৰ চলি আছে সেয়া নিশ্চিত৷ কামৰূপ জিলাৰ নিচিনা সৰ্ববৃহৎ জিলা এখনত সংঘটিত ঘটনাটোৱে ইয়াকে প্ৰমাণ কৰিছে৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd