• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই দুৰ্গা, এক নম্বৰৰ দুৰ্গা, সময় সাপেক্ষে মই নিজৰ ৰূপটো ধাৰণ কৰিম”, ক’লে অসমৰ এগৰাকী মন্ত্ৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 4, 2019 8:10 pm
pramila-rani-brahma

প্রমীলাৰাণী ব্ৰহ্ম। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই দুৰ্গা, এক নম্বৰৰ দুৰ্গা, সময় সাপেক্ষে মই নিজৰ ৰূপটো ধাৰণ কৰিম। মই সেইসকলক সকীয়াই দিছো, যাতে ভৱিষ্যতে কেতিয়াও এনে ঘটনা হ’ব নোৱাৰে”, শাৰদীয় দুৰ্গোৎসৱৰ মহাষষ্ঠীৰ দিনটোতে সংবাদ মাধ্যমৰ আগত এই হুংকাৰ দিছে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

যোৱা ২৮ ছেপ্টেম্বৰৰ দিনা দুটা পৃথক ঘটনাত কোকৰাঝাৰ জিলাৰ সোণাপুৰ আৰু ধৰমতুল গাঁৱৰ  দুগৰাকী নাৱালিকাক দুৰ্বৃত্তই ঘৰৰ ভিতৰত কিতাপ পঢ়ি থকা অৱস্থাতে খিৰিকীৰে ৰাসায়নিক স্প্ৰে’ নিক্ষেপ কৰিছিল। ঘটনাটোক ধৰ্ষণৰ চেষ্টা বুলি ভবা হৈছে। নিজৰ সমষ্টিৰ দুখনকৈ গাঁৱত এনে ধৰণৰ ঘটনাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আজি এই হুংকাৰ দিয়ে।

Apply Now

ঘটনাটোৰ পাছতে নিজকে বেছিকৈ সাহসী হোৱা বুলি দাবী কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য, “সেই ঘটনাৰ পৰা নিজকে সাহসী হিচাপে দেখা পাইছো”।

আনহাতে, বি টি চিত বেয়া পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে কোনো দুষ্কৃতিকাৰীয়ে এনে ধৰণৰ ঘটনাবোৰ সংঘটিত কৰিছে বুলি দাবী কৰি তেওঁ সেইসকলক মহিষাসুৰ আখ্যা দিয়ে।

“বি টি চিত বেয়া পৰিৱেশ সষ্টি কৰিবৰ কাৰণে যি চেষ্টা চলাই আছে তেৱেঁই মহিষাসুৰ”, ব্ৰহ্মৰ মন্তব্য।

সঘনাই নিজৰ জিলাখনত এনেকুৱা ঘটনা হোৱাটোত তেওঁ দুঃশ্চিন্তা ব্যক্ত কৰে আৰু তেওঁক ক্ষুভিত কৰা বুলি জানিবলৈ দিয়ে।

“নাৱালিকা ছোৱালী বিলাকক খিৰিকীৰে স্প্ৰে’ মাৰি অচেতন কৰি ধৰ্ষণ কৰিবলৈ কোনে ইন্ধন যোগাইছে? এইবোৰ ঘটনা দেখি মই থাকিব পৰা নাই, আৱেগিক হৈ পৰিছো”, ক্ষুভিত হোৱাৰ কথা বুজাবলৈ গৈ মন্ত্ৰীগৰাকীৰ মন্তব্য।

উক্ত ঘটনাটোৰ পাছত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কোকৰাঝাৰ ৰাজপথত মমবাতি হাতত লৈ মৌন সমদলত অংশগ্ৰহণ কৰিছিল আৰু ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd