• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অশান্ত কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনা জোৱানে, সেনাৰ হাতত বন্দী লস্কৰ-ই-তৈবা সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2022 12:20 am
Soldier Killed In Jammu-Kashmir

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ সন্ত্ৰাসবাদী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰত। সন্ত্ৰাসবাদী নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত নিৰাপত্তাৰক্ষীয়ে যোৱা বৰ্ষৰ সামৰণিৰ পৰা আৰম্ভ কৰা ধাৰাবাহিক অভিযানে জম্মু-কাশ্মীৰৰ পৰিস্থিতি ক্ৰমে উত্তপ্ত কৰি তুলিছে।

নিৰাপত্তাৰক্ষীৰ এনে অভিযানত বিগত সময়চোৱাত কেইবাগৰাকীও সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ সমসাময়িকভাৱে প্ৰাণ হেৰুৱাইছে কেইবাগৰাকীও সেনা জোৱানেও। এনে এক অভিযানতে আজি সন্ত্ৰাসবাদীৰ গুলীত পুনৰ এগৰাকী সেনা জোৱান নিহত হৈছে বুলি সদৰী কৰিছে কাশ্মীৰ আৰক্ষীয়ে।

Apply Now

কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰৰ পৰা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত আৰম্ভ হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এগৰাকী সেনা জোৱান নিহত হৈছে। বাৰামুলাৰ শ্বিৰি অঞ্চলৰ ৱানচিৰান তাৰিপোৰা বনাঞ্চলত এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ভাষ্য মতে তাৰিপোৰা বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এক যুটীয়া তালাচী অভিযান আৰম্ভ কৰিছিল।

তালাচী অভিযানৰ সময়ত লুকাই থকা সন্ত্ৰাসবাদীসকলে সেনা-আৰক্ষীৰ দলটোৰ ওপৰত গুলী চালনা কৰে আৰু প্ৰতিৰক্ষামূলকভাৱে অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ চলায় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

গুলী চালনাৰ সসময়ে এগৰাকী সেনা জোৱান সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসাৰ সময়ত তেওঁ গুৰুতৰ আঘাতৰ পৰিণতিত মৃত্যুবৰণ কৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

আনহাতে অভিযানৰ সময়ত লস্কৰ-ই-তৈবাৰ এগৰাকী স্থানীয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰিছে। আনহাতে পাকিস্তানী মূলৰ বুলি সন্দেহ কৰা আন এগৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলাই থকা হৈছে বুলিও বিষয়াগৰাকীয়ে নিজ ভাষ্যত উল্লেখ কৰে।

ধৃত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গৰাকীক নিছাৰ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীগৰাকীৰ পৰা এটা একেএছ-৭৪ইউ, ২৮ ৰাউণ্ডৰ গুলীৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰীসহ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd