DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ হাওৰাঘাট ভি ডি চি’ৰ কাৰ্যালয় লণ্ড ভণ্ড; কাৰ্য্যালয়ৰ ভিতৰতে দুস্কৃতিকাৰীয়ে কৰিলে শৌচ-প্ৰস্বাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2021 6:43 am
Howraghat BJP vdc office

ফটো: নৰ্থইষ্ট নাও।

86
VIEWS
Share on FacebookShare on Twitter

১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ তথা কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ নিজ সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট নগৰত অৱস্থিত বিজেপি দলৰ হাওৰাঘাট ভি ডি চি’ৰ কাৰ্যালয়টো বিজেপি দলৰে একাংশ দুস্কৃতিকাৰী কৰ্মীয়ে লণ্ড ভণ্ড কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জনপ্ৰতিনিধি খনছিং ৰংপিৰ নিজ সমষ্টিত বিগত কেইদিনত গ্ৰাম্য সখী’ চাকৰি নিযুক্তিৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে একাংশ হিতাধিকাৰীৰ অভিযোগৰ ভিত্তিত অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিপূৰ্বে ঘোষণা কৰিছিল।

সেইমৰ্মে জানিব পৰা মতে বিজেপিৰ হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন আৰু হাওৰাঘাট বি এল চি চি’ৰ চেয়াৰমেনৰ এই দুয়োটাতে নতুনকৈ বিষয়া-কৰ্মচাৰী নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে জানিব পাৰি আজি দিনৰ ১১ মান বজাত দুৰ্নীতিত জড়িত থকা বিজেপিৰ একাংশ দুষ্ট চক্ৰই তথ্য গাপ দিবৰ বাবে ভি ডি চি’ৰ কাৰ্যালয়টোত থকা কম্পিউটাৰ, চকী, টেবুল, আচবাবপত্ৰ, ঘৰৰ চালৰ টিন আদি সকলো উঠাই লৈ যায় ।

তেওঁলোকে ষ্টোৰ ৰুমটোও ভাঙি লণ্ড ভণ্ড কৰি থৈ যায় । ইমানতে ক্ষান্ত নাথাকি ভি ডি চি’ৰ কাৰ্যালয়টোৰ ভিতৰৰ কোঠাত শৌচ-প্ৰস্বাৱ পৰ্যন্ত কৰি কোঠাটো অপৰিষ্কাৰ কৰি থৈ যায়।

এনেদৰে পবিত্ৰ ভি ডি চি’ৰ কাৰ্যালয়টো শৌচ-প্ৰস্বাৱ কৰি অপৰিস্কাৰ কৰি থৈ যোৱা কাৰ্য বিজেপি দলৰ বাবেই এক চৰম অপমান বুলি বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে অভিযোগ কৰে।

Recent News

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd