• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CTET সম্বন্ধীয় জানিবলগীয়া কিছু বিষয়; উত্তীৰ্ণ হোৱাত হ’ব সহায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 10:37 am
dc-cover-id2u8nf765f7dfoqr1i2ep6bf5-20160307101014-1535530883 123

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী বিদ্যালয়ৰ শিক্ষক হ’বলৈ বিচৰাসকলৰ বাবে CTET (কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা) অত্যন্ত গুৰুত্বপূৰ্ণ।

অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা সম্পৰ্কীয় পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি প্ৰশ্ন কাকতৰ উত্তৰ লিখালৈকে কোনবোৰ ভুল কৰিব নালাগে  সেয়া আপুনি জনাটো জৰুৰী।

Apply Now

অন্তিম ৫০ দিনত CTET ত উত্তীৰ্ণ হ’বলৈ কেনেধৰণে প্ৰস্তুতি ল’ব?

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)য়ে এই পৰীক্ষা ২০টা ভাষাত অনুষ্ঠিত কৰিব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আপুনি কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়কে ধৰি আন চৰকাৰী বিদ্যালয়তো শিক্ষক হ’ব পাৰে।

CTET ত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে এই পৰীক্ষাত কমেও ৬০ শতাংশ নম্বৰ লাভ কৰাটো অনিবাৰ্য। ইয়াতকৈ কম নম্বৰ পালে আপুনি যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। বিগত কেইবছৰ ধৰি এই পৰীক্ষাত কাট অফ্ বৃদ্ধি পোৱাৰ ফলত পৰীক্ষাটো কঠিন হৈ আহিছে।

CTET ৰ প্ৰস্তুতি চলোৱাসকলে এটা কথা মনত ৰাখিব যে যিটো বিষয়ত আপুনি প্ৰস্তুতি চলাইছে তাক প্ৰতিটো দিশৰ পৰা খৰচি মাৰি চাব। বহুসময়ত কিছুমান বিষয়ত অন্যধৰণেও প্ৰশ্ন আগবঢ়োৱা হয়।

প্ৰস্তুতি চলোৱা প্ৰাৰ্থীসকলে যোৱা বছৰৰ প্ৰশ্নকাকত মিলাই চোৱা, ম’ক টেষ্ট আৰু নিৰ্দ্ধাৰিত কৰি দিয়া পাঠ্যক্ৰমহে এই দুমাহত অনুশীলন কৰিব।

বাৰে বাৰে প্ৰশ্নকাকত অনুশীলনত আপোনাৰ সৰু সৰু ভুলবোৰ স্পষ্ট ৰূপত ধৰা দিব। তদুপৰি, আপুনি অনলাইন টেষ্টৰ জৰিয়তেও প্ৰস্তুতি চলাব পাৰে। অনলাইন টেষ্টৰ জৰিয়তে আপুনি সমস্যাসমূহ সহজতে দূৰ কৰিব পাৰে।

CTET ৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্টেম্বৰ। প্ৰপত্ৰ পূৰণ কৰাৰ পূৰ্বে ইয়াৰ জাননীখন মনযোগ দি পঢ়িব। প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত ভাষা আৰু পৰীক্ষা কেন্দ্ৰৰ নিৰ্বাচন চাই চিতি কৰিব।

CTET ৰ প্ৰথম প্ৰশ্নকাকত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষক হ’ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে আৰু দ্বিতীয় প্ৰশ্নকাকতখন ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষক হ’ব খোজা প্ৰাৰ্থীসকলৰ বাবে হয়।

ইয়াৰ প্ৰস্তুতিৰ বাবে সম্পূৰ্ণ পাঠ্যক্ৰম অনলাইনত পঢ়ি অনুশীলন কৰক।

অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্টেম্বৰৰ নিশা ১১.৫৯বজালৈকে আছে আৰু ইয়াৰ পাছত আপুনি ২৩ ছেপ্টেম্বৰৰ আবেলি ৩.৩০ বজালৈকে মাছুল জমা দিব পাৰিব।

আনহাতে, অনলাইনত শুধৰণি কৰিবলগীয়া থাকিলে ২৭ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈকে কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd