• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কিছুৱে লাখ, কিছুৱে কোটি! ৱেব চিৰিজ কৰি কোন অভিনেত্ৰীয়ে কিমান টকা পায় জানো আহক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 20, 2024 5:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল প্লেটফৰ্মত অভিনয় কৰি বহু বৃহৎ পৰ্দাৰ অভিনেতা-অভিনেত্ৰীয়ে এতিয়া বিপুল খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অভিনেতাসকলে চিনেমাতকৈ ৱেব ছিৰিজত অভিনয় কৰি অধিক মাননি লাভ কৰিছে। গতিকে ডাঙৰ পৰ্দাৰ শিল্পীসকলৰ মাজত ডিজিটেল প্লেটফৰ্মত কাম কৰাৰ আগ্ৰহ বাঢ়িছে।

Apply Now

আজি আমি ডিজিটেল প্লেটফৰ্মত অভিনয় কৰি সৰ্বাধিক দৰমহা পোৱা কিছুমান অভিনেত্ৰীৰ বিষয়ে জনাম :

গৌহৰ খানঃ গৌহৰ খান বলীউডৰ চিনাকি মুখ। ইতিমধ্যে তেওঁ নিজৰ উৎকৃষ্ট অভিনয়েৰে টিভিৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছে। বৰ্তমান তেওঁ ডাপুত অভিনয়ৰ জৰিয়তে ৱেব চিৰিজতো নিজৰ স্থান দখল কৰিছে। বৰ্তমান তেওঁ প্ৰতিটো খণ্ডৰ বাবে ৩ লাখ টকা লয়।


সামান্থা ৰুথ প্ৰভু : সামান্থা ৰুথ প্ৰভু এনে এগৰাকী জনপ্ৰিয় দক্ষিণ অভিনেত্ৰী যিয়ে নিজৰ অভিনয়েৰে বলীউডতো স্থান দখল কৰিছে। মনোজ বাজপেয়ীৰ ৱেব চিৰিজ ‘দ্য ফেমিলি মেন’ত অভিনয় কৰি সামান্থা লাইমলাইটলৈ আহে। তেওঁ প্ৰতিটো খণ্ডৰ বাদদ আঠ লাখ টকা লয়।


প্ৰিয়মণিঃ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত অভিনেত্ৰী প্ৰিয়মণীয়ে শেহতীয়াকৈ ফেমিলি মেন ধাৰাবাহিকত অভিনয় কৰি অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। চিনেমাৰ উপৰিও তেওঁ ৱেব ছিৰিজতো সমান দক্ষতাৰে অভিনয় কৰি আছে। অভিনেত্ৰীগৰাকীয়ে এটা খণ্ডৰ বাবে ১০ লাখ টকা লয়।


সুস্মিতা সেন : প্ৰাক্তন মিছ ৱৰ্ল্ড সুস্মিতা সেন কেৱল সৌন্দৰ্য্যৰ বাবেই নহয় ব্যৱহাৰৰ বাবেও প্ৰিয়। হিন্দীৰ বাহিৰেও তেওঁ তামিল আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছে। আৰ্য নামৰ ৱেব চিৰিজখনত অভিনয় কৰি তেওঁ ডিজিটেল প্লেটফৰ্মত আত্মপ্ৰকাশ কৰে। এইবাৰ তেওঁ জিঅ’ চিনেমাছত মুক্তি পোৱা ধাৰাবাহিক তালিত অভিনয় কৰিছিল। এই খণ্ডটোৰ বাবে সুস্মিতাই লয় ২ কোটি টকা।


ৰাধিকা আপ্তে : সৰ্বাধিক উপাৰ্জন কৰা অ’টিটি অভিনেত্ৰী ৰাধিকা আপ্তে।

ৰাধিকাই হিন্দী, বাংলা, মাৰাঠী, তেলেগু, তামিল আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ মিচেছ আণ্ডাৰ কভাৰ নামৰ এখন ৱেব ছিৰিজত কাম কৰিছিল। ৱেব ধাৰাবাহিকখনৰ এটা খণ্ডত অভিনয় কৰাৰ বাবে ৰাধিকাক ৪ কোটি টকা দিয়া হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd