• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভুগিছে নেকি? এই পৰামৰ্শসমূহ মনত ৰাখক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2024 7:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত গেষ্ট্ৰিক বা এচিডিটি সকলো মানুহৰে এক এৰাব নোৱাৰা সমস্যা হৈ পৰিছে। একেবাৰে কম বয়সৰ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলো লোকেই এতিয়া গেছ বা এচিডিটিৰ ভুক্তভোগী।

বৰ্তমানৰ জীৱন শৈলী আৰু খাদ্যাভাসেই মূলতঃ এই সমস্যাৰ বাবে দায়ী। আমি যদি কিছুমান অভ্যাস এৰাই চলি কেইটামান নিয়ম পালন কৰোঁ, তেন্তে এই সমস্যাই আমাক হাৰাশাস্তি কৰিব নোৱাৰে।

Apply Now

আহকচোন জানো গেছ বা এচিডিটিৰ পৰা দূৰৈত থকাৰ কেইটামান কিটিপ:

১/ খাদ্যৰ পৰিৱৰ্তন:

এচিড উৎপন্ন কৰা খাদ্য যেনে টেঙা, চৰ্বিযুক্ত খাদ্য, এচিডিক খাদ্য, আৰু চাইট্ৰাছযুক্ত খাদ্য চিনাক্ত কৰি পৰিহাৰ কৰক। গোটেই দিনটো কম কমকৈ কেইবাবাৰো আহাৰ গ্ৰহণ কৰক। একেলগে পেট ভৰাই খালে হজম শক্তি কমি আহে আৰু গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাৰ সৃষ্টি হয়।

কফি আৰু কেফেইনযুক্ত পানীয় সীমিত কৰক। কেফেইনে খাদ্যনলীৰ তলৰ অংশক শিথিল কৰিব পাৰে, যাৰ ফলত পেটৰ এচিড পুনৰ খাদ্যনলীলৈ প্ৰবাহিত হ’ব পাৰে।

মদ্যপানে এই সমস্যা সৃষ্টি কৰিব পাৰে। সেয়ে মদ্যপান সীমিত কৰক।

খাদ্য খোৱাৰ লগে লগে শুই নাযাব। খাদ্য খাই অলপ খোজ কাঢ়ক। খাদ্য খোৱা পিছত কমেও ২-৩ ঘন্টা পিছতহে বিচনালৈ যাব।

আনহাতে ৰাতিপুৱা শুই উঠি ২-৩ ঘন্টাতকৈ অধিক সময় খালী পেটে নাথাকিব। ৰাতিপুৱাৰ আহাৰ ভালদৰে গ্ৰহণ কৰিব।

২/ জীৱনশৈলীৰ পৰিৱৰ্তন: 

অতিৰিক্ত ওজনে পেটত চাপ পেলাব পাৰে আৰু এচিড ৰিফ্লাক্সৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে আপোনাৰ বয়স আৰু উচ্চতা অনুযায়ী ওজন নিয়ন্ত্ৰণ কৰক।

নিশা বিচনাত কমেও ৬-৮ ইঞ্চি ওখ গাৰুৰ ওপৰত মূৰটো ৰাখি টোপনি যাওক। যাতে আপুনি শুই থকাৰ সময়ত পেটৰ এচিড পুনৰ খাদ্যনলীলৈ বৈ নাযায়।

ঢিলা কাপোৰ পৰিধান কৰক। বিশেষকৈ কঁকালৰ চাৰিওফালে টাইট কাপোৰ পিন্ধিলে পেটত চাপ পৰিব পাৰে। ই গেছৰ সমস্যাৰ সৃষ্টি কৰে।

৩/ খাদ্য খাওঁতে নিয়ম মানি চলক:

খাদ্য ভালদৰে চোবাই খাওক। খাদ্য কমকৈ চোবাই বা খৰকৈ খালে এচিডিটি বৃদ্ধি পায়।

খাদ্য খোৱাৰ পিছত উলম্ব হৈ থাকিব। খোৱাৰ পিছত কমেও ২-৩ ঘন্টা উলম্ব অৱস্থাত থাকিব যাতে পেটটোৱে খাদ্য সঠিকভাৱে হজম কৰিব পাৰে।

৪/ চাপ নিয়ন্ত্ৰণ কৰক: 

মানসিক চাপে এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। মানসিক চাপ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ ধ্যান, গভীৰ উশাহ-নিশাহ, যোগাসন বা ব্যায়ামৰ দৰে কাৰ্য্যকলাপত লিপ্ত হওক।

৫) ধূমপান বন্ধ কৰক: 

ধূমপান বন্ধ কৰিলে এচিড ৰিফ্লাক্স আৰু আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস হয়।

৬) ঔষধ: 

যদি গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা ৰোধ কৰিবলৈ কেৱল জীৱনশৈলীৰ পৰিৱৰ্তন অপৰ্যাপ্ত হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰক। 

জধেমধে ফাৰ্মাচীৰ পৰা গেছৰ টেবলেট কিনি খাই নাথাকিব। ই অতি ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd