• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোনাই নদীৰ পাৰত অব্যাহত আছে মাফিয়াৰ তাণ্ডৱ; প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ সচেতন মহলৰ ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:28 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ জিলাৰ জুৰীয়া অঞ্চলৰ সোনাই নদীৰ পাৰত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ মাটি আৰু বালি খননৰ ফলত সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ বানৰ আতংকই বিৰাজ কৰিছে। বাৰিষা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত নদীৰ পাৰৰ মাটি একাংশ অসাধু চক্ৰই লুটি নিয়াৰ ফলত মথাউৰি দুৰ্বল হৈ পৰাত স্থানীয় ৰাইজে নিজৰ ধন-জনৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এচাম অসাধু ব্যৱসায়ীয়ে চলাই থকা এই ধ্বংসাত্মক কাৰ্যই এতিয়া সমগ্ৰ অঞ্চলটোৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে।

প্ৰাপ্ত তথ্য অনুসৰি, কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনেই নদীৰ সুঁতিৰ গাতে লাগি থকা কৃষিভূমি তথা চৰকাৰী ভূমিৰ পৰা জে চি বি মেচিন লগাই দৈনিক বৃহৎ পৰিমাণৰ মাটি খনন কৰি থকা হৈছে। এই খনন কাৰ্যৰ ফলত নদীৰ স্বাভাৱিক গতিপথ সলনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে নদীৰ পাৰৰ মথাউৰিসমূহ ক্ৰমান্বয়ে খহি পৰিবলৈ ধৰিছে। সামান্য বৰষুণতেই নদীৰ পানী গাঁৱত সোমোৱাৰ আশংকাত এতিয়া নিদ্ৰাহৰণ হৈছে গঞা ৰাইজৰ। উল্লেখযোগ্য যে পূৰ্বেও এই অঞ্চলটোৱে কেইবাবাৰো কালৰূপী বানৰ বলি হৈছিল আৰু সেই অতীতৰ বিড়ম্বনাক স্মৰণ কৰিয়েই এতিয়া আতংকিত হৈ পৰিছে জপনাপৰীয়া তথা সমীপৱৰ্তী গাঁৱৰ লোকসকল।

Apply Now

স্থানীয় ৰাইজে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, একাংশ প্ৰভাৱশালী ব্যক্তিৰ ছত্রছায়াত এই অবৈধ খনন অব্যাহত আছে। তেওঁলোকে অভিযোগ কৰা অনুসৰি, বাৰে বাৰে সংশ্লিষ্ট বিভাগক এই সন্দৰ্ভত অৱগত কৰা সত্ত্বেও এতিয়ালৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বৰঞ্চ ৰাইজৰ প্ৰতিবাদক নেওচি নিশাৰ অন্ধকাৰত অতি দ্ৰুতগতিৰে খনন কাৰ্য চলাই নদীৰ পাৰসমূহৰ অস্তিত্ব বিপন্ন কৰি তোলা হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাই এতিয়া ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

বাৰিষাৰ আগমুহূৰ্তত নদীৰ পাৰৰ এনে ধ্বংসলীলাই পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে। যদিহে অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰি মথাউৰি সুৰক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে আগন্তুক বানপানীয়ে জিলাখনৰ বৃহৎ অঞ্চল প্লাবিত কৰাৰ লগতে অপূৰণীয় ক্ষতি কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ৰাইজে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ত তাৎক্ষণিক হস্তক্ষেপ কৰিবলৈ আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd