• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ৰ বিৰোধিতা; ‘দাবাংগ-৩’ৰ উপাৰ্জনতকৈ নাগৰিকত্ব (সংশোধন) আইনৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ : সোণাক্ষী সিনহা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 9:21 am
3.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ২০ ডিচেম্বৰত মুক্তি পালে ছলমান খান আৰু সোণাক্ষী সিনহা অভিনীত ছবি দাবাংগ-৩।

ফলত ছবিখনৰ উপাৰ্জনৰ কথা কৈ লৈ চৰ্চা চলি থকাৰ মাজেত বলিউডৰ অভিনেত্ৰী সোণীক্ষা সিনহাই শেহতীকায়ৈ কয় যে, “দাবাংগ-৩ ৰ প্ৰথম দিনটোৰ উপাৰ্জনৰ কথা চৰ্চা কৰাতকৈ নাগিৰকত্ব সংশোধনী আইনৰ বিৰোধিতা সন্দৰ্ভত চৰ্চা কৰাটো এই সময়ত বেছি গুৰুত্বপূৰ্ণ।”

নাগৰিকত্ব (সংশোধন) আইনৰ কথা উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে, “জনতাই জানে কি এতিয়া কি অধিক গুৰুত্বপূৰ্ণ। কিন্তু ছবিখনক লৈ মানুহৰ যি প্ৰতিক্ৰিয়া তাক লৈ মই যথেষ্ট সুখী। বৰ্তমান সমগ্ৰ দেশে ‘কা’ৰ বিৰুদ্ধে একজোঁট হৈ থিয় দিছে আৰু ছবিখনৰ তুলনাত ই অধিক গুৰুত্বপূৰ্ণ।”

তাৰোপৰি অভিনেত্ৰী সোণাক্ষী সিনহাই কয়, “মই দেশৰ জনতাৰ লগত আছো। মানুহে ৰাজপথলৈ ওলাই আহি বিৰোধিতা কৰিছে, সেই অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি নিব নোৱাৰে। মই তেওঁলোকক লৈ যথেষ্ট গৌৰৱ কৰো, যিসকলে এনেদৰে বাহিৰলৈ ওলাই আহি নিজৰ মতামত প্ৰকাশ কৰিছে। মই তেওঁলোকৰ লগত আছোঁ।”

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd