• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অস্তিত্বৰ সংকটত মহানগৰীৰ মাজ মজিয়াৰ এখন ঐতিহ্য বহনকাৰী বিদ্যালয়

এসময়ত গোপীনাথ বৰদলৈ আছিল অধ্যক্ষ, সুধাকন্ঠ, বিহগী কবি, অসম কেশৰী আৰু দেশভক্তই কৰিছিল অধ্যয়ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2019 6:56 am
Sunaram

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছৰ শাসনৰ সময়তে অৰ্থ্যাৎ ১৮৯৪ চনতে স্থাপিত বহু ঐতিহ্যৰ সাক্ষ্য বহন কৰি অহা মহানগৰীৰ এখন বিদ্যালয়। কিন্তু চৰকাৰৰ অৱহেলাৰ বাবেই বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে ঐতিহ্য বহনকাৰী এই বিদ্যালয়খন।

গুৱাহাটীৰ ভৰলুস্থিত বিদ্যালয়খনৰ নাম সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সমষ্টিৰ অন্তৰ্গত যদিও বিদ্যালয়খনৰ আন্তঃগাঁথনি তেনেই তথৈবচ।

Apply Now

উল্লেখযোগ্য যে, স্বাধীনোত্তৰ কালৰ অসমৰ প্ৰথম মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈয়ো অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল এই বিদ্যালয়খনত।

আনকি সুধাকন্ঠ ড০ ভূপেন হাজৰিকা, বিহগী কবি ৰঘুনাথ চৌধুৰী, অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰী, দেশভক্ত তৰুণৰাম ফুকনে অধ্যয়ন কৰিছিল এই বিদ্যালয়ত।

Berot Fat Melise
জৰাজীৰ্ণ হৈ পৰা সোণাৰামৰ গৃহৰ বেৰ। ফটো : নৰ্থইষ্ট নাও

প্ৰায় ১০০ বছৰ পুৰণি শ্ৰেণীকোঠাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে। বিদ্যালয়খনৰ অধিকসংখ্যক শ্ৰেণীকোঠাতে বৰষুণ দিলে পানী পৰাৰ লগতে পাঠদান কৰি থকাৰ সময়তে চিমেন্টৰ টুকুৰা ওপৰৰ চাদৰ পৰা খহি পৰে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ অধ্যক্ষা মঞ্জু ৰাণী বৰ্মণে।

‘’তাহানিতে যিকেইটা গৃহ নিৰ্মাণ কৰা হৈছিল, সেইকেইটাতে বৰ্তমানো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। গোটেইকেইটা কোঠাৰে অৱস্থা জহি-খহি যোৱা। ক্লাছ কৰি থাকোঁতে বৰষুণ আহিলে পানী পৰে আৰু চিলিঙৰ পৰা চিমেন্টৰ টুকুৰা খহি পৰে। চৰকাৰৰ ফালৰ পৰা ধনৰ আৱন্টন হ’ব বুলি শুনি আছো যদিও কোনো ধন আন্তঃগাঁথনি নিৰ্মাণৰ নামত দিয়া হোৱা নাই।‘’ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত বিদ্যালয়খনৰ অধ্যক্ষাই এইদৰে কয়।

ইপিনে, বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীয়ে নিজা প্ৰচেষ্টাৰে বিদ্যালয়খনৰ উন্নয়নৰ বাবে কিছু কামকাজ কৰাৰ লগতে স্থানীয় ৰাইজ, ব্যক্তিগত সংস্থাই বিদ্যালয়খনলৈ সহায়ৰ হাত আগবঢ়োৱা বুলি উল্লেখ কৰে।

‘’চৰকাৰৰ ফালৰ পৰা ধন অহা নাই যদিও মই ৰৈ থকা নাই। বিদ্যালয়খনৰ বাৰাণ্ডাৰ টিং ফুটি পানী পৰাত ভৰলুমুখৰ দুৰ্গা মন্দিৰ সমিতিক মই আবেদন জনোৱাত তেওঁলোকে বিদ্যালয়ৰ বাৰাণ্ডাৰ টিং নতুনকৈ লগাই দিছিল। আগৰৱালা সখী নামৰ মাৰোৱাৰী সংগঠনে পানী খাবৰ বাবে একুৱাগাৰ্ড এটাৰ লগতে চাৰিখন ফেন দিছে তথা কিছুমান এনজিঅ’ই আমাৰ বিদ্যালয়খনলৈ সহায়ৰ হাত আগবঢ়াইছে।‘’ অধ্যক্ষাই আমাৰ সাংবাদিকৰ আগত কয়।

Kriya Griha
পৰিত্যক্ত অৱস্থাত থকা সোণাৰামৰ ক্ৰীড়া গৃহটো। ফটো : নৰ্থইষ্ট নাও

চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগটো থকাৰ পাছতো এনেদৰে ৰাইজৰ ধনেৰে চৰকাৰী বিদ্যালয়খন মেৰামতি কৰিবলগীয়া হোৱা কথাটোৱে শিক্ষা বিভাগৰ নিশকতীয়া ছবিখন পৰিস্ফুত কৰিছে।

অৱশ্যে, এই ঐতিহ্য বহনকাৰী বিদ্যালয়খন প্ৰস্তাৱিত স্মাৰ্ট চিটীৰ অন্তৰ্গত কৰিব বুলি ৰাজ্য চৰকাৰে আশ্বাস দিছে যদিও সেয়া বৰ্তমানো হৈ উঠা নাই।

ইপিনে, মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়তে বিদ্যালয়খনত এটি ক্ৰীড়া গৃহ স্থাপনৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্য্যন্ত সম্পূৰ্ণ নহ’ল নিৰ্মাণৰ কাম। বিদ্যালয়খনৰ পাছফালে এলাগী হৈ পৰি ৰৈছে গৃহটি।

বহু গুণী জ্ঞানী ব্যক্তিৰ ঐতিহ্য বিজড়িত চৰকাৰী খণ্ডৰ এই বিদ্যালয়ক কিয় ৰাজ্য চৰকাৰে এই অৱস্থাৰ মাজলৈ থেলি দিছে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd