• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণভদ্ৰাৰ শিল কুৱেৰীত ভয়াবহ দুৰ্ঘটনা! ভগ্নাৱশেষৰ তলত পোত গ’ল বহু শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 3:29 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিল কুৱেৰীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। কুৱেৰীৰ এটা বৃহৎ অংশ খহি পৰাত বহু শ্ৰমিক শিলৰ ভগ্নাৱশেষৰ তলত পোত যায়। প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত প্ৰায় ১৫-১৮ জন শ্ৰমিক কুৱেৰীৰ ভিতৰত কাম কৰি আছিল। বিভাগীয় সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ঘটনাস্থলীৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তলত কিমানজন শ্ৰমিক আবদ্ধ হৈ আছে, সেই সংখ্যা নিশ্চিত নহয়। আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ এনডিআৰএফ আৰু এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে।

শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ওব্ৰা আৰক্ষী থানাৰ অন্তৰ্গত বিলি মাৰ্কুণ্ডি খনন এলেকাৰ ৰাশপাহাৰী পাহাৰৰ কৃষ্ণ খনিত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰায় ৪০০ ফুট ওখ পাহাৰটোৰ তলত শ্ৰমিকসকল কাম কৰি থকাৰ সময়তে ওপৰৰ পৰা শিলৰ এটা বৃহৎ অংশ ভাঙি তললৈ খহি পৰে। শ্ৰমিকসকলে কম্প্ৰেছাৰ মেচিনেৰে শিলত ফুটা কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

Apply Now

ঘটনাস্থলীৰ কাষেৰে পাৰ হৈ যাওঁতে এই দৃশ্য প্ৰত্যক্ষ কৰি এজন ব্যক্তিয়ে তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে। কিছুক্ষণৰ ভিতৰতে আৰক্ষী, জিলা প্ৰশাসন আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয়।

জিলা দণ্ডাধীশ বি এন সিঙে কয়, “কুৱেৰীৰ ভিতৰত এখন দেৱাল ভাঙি পৰাত বহু শ্ৰমিক সমাধিস্থ হৈছে। ঠিক কিমানজন লোক আবদ্ধ হৈ আছে, সেইটো এতিয়াও নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান জোৰদাৰভাৱে চলি আছে।”

অঞ্চলৰ বিধায়ক আৰু উত্তৰ প্ৰদেশৰ সমাজ কল্যাণ ৰাজ্যিক মন্ত্ৰী সঞ্জীৱ কুমাৰ গণ্ডে দেওবাৰে ঘটনাস্থল পৰিদৰ্শন কৰি জানায়, “প্ৰাথমিক তথ্যৰ ভিত্তিত ধাৰণা কৰা হৈছে যে প্ৰায় এক ডজন শ্ৰমিক এই ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে।

তেওঁ যোগ কৰে, “জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু সকলো বিভাগীয় বিষয়াই উদ্ধাৰ অভিযান তদাৰক কৰি আছে। আবদ্ধ শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd