DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮ দিনৰ পিছত ছোনিয়া গান্ধীক চিকিৎসালয়ৰ পৰা অব্যাহতি,থাকিব লাগিব বিশ্ৰামত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 20, 2022 8:03 pm
304
VIEWS
Share on FacebookShare on Twitter

কোভিডত আক্ৰান্ত হোৱা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। চিকিৎসকসকলে তেওঁক বৰ্তমানৰ বাবে বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সোমবাৰে সন্ধিয়া এটা টুইটযোগে এই কথা প্ৰকাশ কৰে। মন কৰিব লগীয়া যে ছোনিয়া কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

কৰোনা-মুক্ত হোৱাৰ পিছত, তেওঁ ছোনিয়াৰ শ্বাসনলীত সংক্ৰমণ বিয়পি পৰা বুলি জানিব পৰা গৈছে । ৰাজস্থানৰ চিন্তন শিবিৰৰ পৰা উভতি অহাৰ পিছতে জুনৰ আৰম্ভণিতে ছোনিয়া গান্ধী কৰোনাত আক্ৰান্ত হৈছিল। ১২ জুনত তেওঁক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হয়। কোভিড-১৯ৰ উপৰিও তেওঁৰ শৰীৰত আন সমস্যাও আছিল। তেওঁ ভেঁকুৰজনিত সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰিছে। শ্বাসনলীত সংক্ৰমণৰ বাবে তেওঁৰ নাকৰ পৰা ৰক্তক্ষৰণ হৈছিল।

ছোনিয়া গান্ধীক যোৱা তিনিদিন ধৰি চিকিৎসকসকলে পৰ্যবেক্ষণত কৰি আছিল। চিকিৎসালয়ৰ পৰা অব্যাহতি দিলেও তেওঁ বৰ্তমানৰ বাবে ঘৰত জিৰণি ল’ব লাগিব বুলি চিকিৎসকসকলে কৈছে।

নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত ইডিয়ে ছোনিয়াক মাতি পঠিয়াইছিল। তেওঁক ২৩ জুনত ইডিৰ কাৰ্যালয়লৈ পুনৰ মতা হৈছে। কিন্তু চিকিৎসকে তেওঁক বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিয়াৰ ফলত নিৰ্ধাৰিত তাৰিখত তেওঁ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় নে নাই সেয়া অনিশ্চিত হৈ পৰিছে৷

Recent News

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd