• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকল্পহীন কংগ্ৰেছ: নেতা বিচাৰি নাপাই পুনৰ ছোনিয়াকে দায়িত্ব অন্তৰ্ৱতীকালীন সভাপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 11:29 am
Sonia-Rahul-CWC
432
VIEWS
Share on FacebookShare on Twitter

পৰিয়ালতন্ত্ৰকে খামুচি থকা দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছত এতিয়া নেতাৰ অভাৱ।

সভাপতিৰ দায়িত্ব অৰ্পন কৰিব পৰাকৈ নেতা বিচাৰি নাপাই অৱশেষত পুনৰ ছোনিয়া গান্ধীকে দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্বত বাহাল ৰখা হ’ল।

২০১৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ আগষ্টৰ দিনতে ততাতৈয়াকৈ ছোনিয়া গান্ধীক কংগ্ৰেছৰ অন্তৱৰ্তী সভাপতি হিচাবে দায়িত্ব সপি দিয়া হৈছিল।

কংগ্ৰেছৰ সংবিধান অনুসৰি অন্তৰ্ৱতী সভাপতিৰ কাৰ্যকাল এবছৰত কৈ বেছি হ’ব নোৱাৰে।

সেই বাবেই নতুন সভাপতি বাচনিৰ বাবে বহিছিল কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক।

কিন্তু সভাপতি হোৱাৰ জোখাৰে নেতা বিচাৰি পোৱা নগ’ল। সেয়ে উপায়হীন হৈ ছোনিয়া গান্ধীৰেই কাৰ্যকাল পুনৰ বঢ়াই দিয়া হ’ল।

সিদ্ধান্ত অনুসৰি কম দিনতে নতুন সভাপতি এজন বাচি উলিওৱা হ’ব। কিন্তু সেই কম দিনটো কেতিয়া আহে সেয়াহে দলৰ কোনেও ক’ব পৰা নাই।

লোকসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছৰ এজন নতুন সভাপতি নিৰ্বচন কৰা হ’ব বুলি কোৱা হৈছিল যদিও অন্তৰ্কলহত বিধ্বস্ত দলটোৱে সেয়া কৰিব পৰা নাই।

ইপিনে শশী থাৰুৰকে ধৰি বহু জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীয়েই পুনৰ সভাপতিৰ পদ গ্ৰহণ কৰাটো বিচাৰিছে যদিও ৰাহুলে পূৰ্বৰ স্থিতিতে অটল থাকি সেয়া অসম্ভৱ বুলি কৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd