• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি, নাগৰিকত্ব বিধেয়ক প্ৰসংগত নিজ বাসভৱনত দলীয় নেতৃত্বৰে বৈঠক কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2019 7:20 pm
Sonia Gandhi SPG cover to Gandhis withdrawn: report

ছোনিয়া গান্ধী, উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ সভাপতিত্বত শুকুৰবাৰে নতুন দিল্লীত এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সম্পৰ্কত অনুষ্ঠিত হোৱা কংগ্ৰেছ কেন্দ্ৰীয় কমিটিৰ বৈঠকত প্ৰকৃত ভাৰতীয় নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পূৰ্বৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত জেষ্ঠ কংগ্ৰেছী নেতা ক্ৰমে কে চি বেণুগোপাল, মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, পিয়ুষ শান্তিবিশ্বাস, সুস্মিতা দেৱ, গৌৰৱ গগৈ, আহমেদ পেটেল আদিয়ে অংশগ্ৰহণ কৰে।

বৈঠকত অংশগ্ৰহণ কৰা এগৰাকী কংগ্ৰেছী নেতাই সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগ উল্লেখ কৰি তেওঁলোকে কোনো ভাৰতীয় লোকৰ হাৰাশাস্তি সহ্য নকৰে বুলি কয়।

আনহাতে, কেন্দ্ৰ চৰকাৰে সংসদত উত্থাপন কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত মত প্ৰকাশ কৰি বৈঠকত অংশলোৱা এগৰাকী জেষ্ঠ কংগ্ৰেছী নেতাই বিধেয়ক সম্পৰ্কত তেওঁলোকৰ স্থিতি স্পষ্ট বুলি কোৱাৰ লগতে নাগৰিকত্ব বিধেয়কে অসম চুক্তিক অৱমাননা কৰিব বুলি মন্তব্য কৰে।

শুকুৰবাৰে বৈঠকত এন আৰ চিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত কংগ্ৰেছ দলৰ শেহতীয়া স্থিতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

দলীয় বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশত পোষকতা কৰা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত দিয়া মন্তব্য সন্দৰ্ভতো আলোচনা কৰা হয়।

আচৰিতভাৱে, ভাৰত বৰ্ষত এন আৰ চি উন্নীতকৰণ প্ৰসংগত কোনোধৰণৰ মত প্ৰকাশ কৰা নাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘয়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd