DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুজন বাইক চোৰ; উদ্ধাৰ সাতখন বাইক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 9:44 am
tezpur-bike-lifters-750x375

ফটো : নৰ্থইষ্ট নাও

754
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ পৰা দুজন দুৰ্ধৰ্ষ বাইক চোৰক কৰায়ত্ত কৰে।

আৰক্ষীৰ নিদ্ৰা হৰণ কৰা এই বাইক চোৰ দুজনক জিলাখনৰ থেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত থেলামৰা-খাগৰিজান অঞ্চলৰ পৰা শোণিতপুৰৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ নেতৃত্ব যোৱা আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত বাইক চোৰ দুজনক উক্ত অঞ্চলটোৰ ইক্ৰামুল হুছেইন আৰু মইনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বাসগৃহৰ পৰা বিভিন্ন স্থানৰ পৰা চোৰ কৰি অনা মুঠ সাতখন বাইকো উদ্ধাৰ কৰা হৈছে।

উক্ত বাইক চোৰ দুজনৰ নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে এক বৃহৎ নেটৱৰ্ক আছে আৰু সমগ্ৰ শোণিতপুৰ জিলাতে দুচকীয়া বাহন চোৰ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। কুখ্যত চোৰ দুজনে জিলাখনৰ মিছামাৰী, থেলামৰা, তেজপুৰ, ৰঙাপাৰা আদি বিভিন্ন স্থানৰ পৰা বাইক চোৰ কৰি আহিছিল।

আৰক্ষীয়ে এই দুই কুখ্যাত বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে আৰু অচিৰেই বাইক চোৰৰ বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে।

Recent News

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd