• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ দেৱদূতৰ ৰূপত ছনু সুদ, প্ৰাণৰক্ষা কৰিলে ২২জনকৈ ক’ভিড ৰোগীৰ, যোগান ধৰিলে অক্সিজেন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2021 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ অভিনেতা ছনু সুদ আৰু তেওঁৰ সহযোগী স্বেচ্ছাসেৱকসকলে প্ৰাণৰক্ষা কৰিলে ২২ জনকৈ ক’ভিড-১৯ ৰোগীক।

মঙলবাৰে অভিনেতা আৰু তেওঁৰ সহযোগী স্বেচ্ছাসেৱকসকলে বাংগালোৰৰ এখন চিকিৎসালয়লৈ ১৬টা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰে, যাৰ ফলত ২২ জন ৰোগীৰ প্ৰাণৰক্ষা পৰে।

Apply Now

চহৰখনৰ আৰাক হস্পিতালত (ARAK hospital) অতিশীঘ্ৰে অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হোৱাত এগৰাকী আৰক্ষী বিষয়াই ছনু সুদ চেৰিটী ফাউণ্ডেচনৰ কৰ্ণাটকৰ শাখালৈ জৰুৰীকালীন যোগাযোগ কৰাৰ পাছতে অক্সিজেন চিলিণ্ডাৰসমূহ যোগান ধৰা হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হস্পিতালখনত অক্সিজেনৰ নাটনিৰ ফলত ইতিমধ্যে দুজনকৈ ৰোগী মৃত্যুমুখত পৰিছে।

২২জনকৈ ৰোগী মৃত্যমুখৰ পৰা উদ্ধাৰ লাভ কৰাৰ পাছত তেওঁৰ ফাউণ্ডেচনৰ স্বেচ্ছাসেৱকসকলক প্ৰশংসা কৰিছে ছনু সুদে।

এটা বিবৃত্তিত তেওঁ কয় যে স্বেচ্ছাসেৱকসকলে চিকিৎসালয়খনলৈ অক্সিজেন যোগান ধৰাৰ উৰে ৰাতি প্ৰাণে পণে কষ্ট কৰিছিল।

”মই ধন্যবাদ জনাব বিচাৰো সেইসকলক, যিসকলে যোৱা ৰাতি কেইবাটাও জীৱন ৰক্ষা কৰাত সহায় কৰিলে।”- তেওঁ কয়।

উল্লেখযোগ্য যে ক’ভিডৰ দ্বিতীয় ঢৌৱে ভাৰতত হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে অভিনেতাগৰাকীয়ে ব্যক্তিগতভাৱে বিভিন্ন পদক্ষেপ হাতত লৈছে।

যোৱা বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা লকডাউনৰ সময়ত অভিনেতাজন সাংঘাটিকভাৱে চৰ্চিত হৈ পৰিছিল।

ইয়াৰ কাৰণ আছিল লকডাউনত সৰ্বস্বান্ত হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ গৃহ ৰাজ্যলৈ উভটাই পঠাবলৈ অভিনেতাজনে যাতায়তৰ যোগান ধৰিছিল।

তদুপৰি বহুতো শ্ৰমিকক বিকল্প জীৱিকাৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিছিল।

অভিনেতাজনৰ এই ব্যতিক্ৰমী কৰ্মৰাজীয়ে দেশবাসীৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

আনকি প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁক ‘ছেভিয়ৰ’ (ৰক্ষাকৰ্তা) হিচাপেও অভিহিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd