• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২২ জুনৰ পৰা অম্বুবাচী মেলা, প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে জাৰী কৰিছে SOP

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 7:12 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত অম্বুবাচী মেলা। ২২ জুনৰ নিশাৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা। কামাখ্যা ধামৰ পৰিচালনা সমিতিৰ লগতে অম্বুবাচী মেলাৰ বাবে সাজু হৈ উঠিছে মহানগৰ আৰক্ষী প্ৰশাসন।

এনে প্ৰেক্ষাপটতে কামাখ্যা ধামৰ অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ঘোষণা কৰিছে কেইবাটাও নিয়ম। এক জাননীযোগে এই নিয়মসমূহ জাৰি কৰিছে পৰিচালনা সমিতিয়ে।

Apply Now

অম্বুবাচীৰ কেইদিনত কামাখ্যাত সমাগম হোৱা প্ৰচণ্ড ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কণ-কণ শিণ্ড, বৃদ্ধ বা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে।

যিহেতু নীলাচল পাহাৰ এক ধপাত মুক্ত অঞ্চল, সেয়েহে এই ক্ষেত্ৰত সকলো দৰ্শনাৰ্থীকে মাদক দ্রব্য সেৱন কৰি দেৱালয়ত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে সমিতিয়ে।

আনহাতে অম্বুবাচী মহাযোগৰ সময়ত তীৰ্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্য্যাপ্ত পৰিমানৰ ৰাখিবৰ বাবে প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।

ইফালে মঙলবাৰে গুৱাহাটী যান-বাহন আৰক্ষীয়ে অম্বুবাচীৰ সময়ত ২২ জুনৰ পৰা ২৬ জুনলৈ মানি চলিবলগীয়া নিয়ম জাৰি কৰে।

গুৱাহাটীৰ যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনা মতে, “২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাৰ পাদদেশৰ পৰা কামাখ্যা মন্দিৰ অভিমুখে ভাড়া গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান-বাহন আৰু কামাখ্যা মন্দিৰ আৰু জিলা প্ৰশাসনৰ অনুমোদিত স্থানীয় বাসিন্দাৰ কেইখনমান বাহনৰ বাহিৰে কোনো যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব।”

লগতে অধিসূচনাত আছে,  “২২ জুনৰ পৰা ২৬ জুনলৈ ডি জি ৰোড আৰু এম জি ৰোডত গধুৰ, মজলীয়া আৰু ক্ষুদ্ৰ সামগ্ৰী  কঢ়িয়াই অনা কোনো বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব।”

যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জনোৱা মতে আন্তঃজিলা আৰু দীৰ্ঘ দূৰত্বৰ বাছসমূহ  ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত চলাচল কৰিব নোৱাৰিব।

মালিগাঁও ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই ভৰালুমুখ অভিমুখে গতি কৰিব আৰু সোণাৰাম ফিল্ডত গাড়ী ৰখাব লাগিব।

ইফালে ভৰালুমুখ ফালৰ পৰা কামাখ্যা গেটৰ দিশে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই আদাবাৰী অভিমুখে গৈ বৰিপাৰা ফিল্ড বা আদাবাৰী বাছ ষ্টেণ্ডত বাহন সমূহ ৰখাব লাগিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে, প্ৰশাসনৰ নিৰ্দেশ মতে পাণ্ডু মন্দিৰ ঘাটৰ পৰা কামাখ্যা মন্দিৰলৈ নতুনকৈ নিৰ্মিত পথত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd