• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাৰ এই গৰাকী ক্ৰিকেটাৰৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 9:04 am

1 min read

দক্ষিণ আফ্ৰিকাৰ এই গৰাকী ক্ৰিকেটাৰৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি
758
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ চ’ল’ নাকৱেনিৰ শৰীৰত বৃহস্পতিবাৰে পৰীক্ষাৰ অন্তত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

বিগত বৰ্ষৰ জুলাই মাহৰ পৰা দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ গৰাকীয়ে শাৰীৰীক সমস্যাত ভূগি আছিল বুলি জানিব পৰা গৈছে।

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা চ’ল’ নাকৱেনি বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ জাফৰ চৰফৰাজ আৰু স্কটলেণ্ডৰ মজিদ হক ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল।

‘‘এইবোৰ মোৰ সৈতে কিয় হৈ আছে মই ধৰিব পৰা নায়,’’ ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছতে দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ গৰাকীয়ে দুখ ব্যক্ত কৰি টুইট কৰে।

উল্লেখযোগ্য যে, বিশ্বৰ ভালেকেইগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ক্লাৱ পেৰিছ চেইণ্ট জাৰ্মানৰ এগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰোণাল্ডো সহিত ক্লাৱটোৰ ভালেকেইগৰাকী ফুটবলাৰ কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল।

সমগ্ৰ বিশ্ব জুৰি অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপৰ বাবে বৰ্তমান সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা বন্ধ হৈ আছে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd