• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগদিনা জাৰি কৰা সামৰিক শাসন পিছদিনাই উঠাই ল’লে দক্ষিণ কোৰিয়াই… কিন্তু কিয়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 4, 2024 9:24 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-য়েওলে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সামৰিক আইন জাৰি কৰে। মঙলবাৰে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত তেওঁ এই কথা ঘোষণা কৰে।

তেওঁ কয়, “উদাৰবাদী দক্ষিণ কোৰিয়াক উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শক্তিৰ ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰ বিৰোধী উপাদানক নিৰ্মূল কৰিবলৈ মই জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰিছো।”

Apply Now

দেশবাসীক তেওঁ কয় যে, জনতাৰ স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বিৰোধী শক্তিসমূহে কেৱল নিজৰ নেতাসকলক অভিযোগনামা, বিশেষ তদন্ত আৰু গোচৰৰ পৰা ৰক্ষা কৰিবলৈ শাসন ব্যৱস্থাক পংগু কৰি পেলাইছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আমাৰ সংসদ এতিয়া অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰিছে। আমাৰ উদাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক উফৰাই পেলাবলৈ চেষ্টা কৰাৰ ফলত দেশখন স্বৈৰাচাৰী ৰাষ্ট্ৰত পৰিণত হৈছে। ড্ৰাগছ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া, জনসাধাৰণৰ সুৰক্ষা বজাই ৰখাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বাজেট কৰ্তন কৰি দেশখনক ড্ৰাগছ অভয়াৰণ্য আৰু জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ অৱস্থালৈ ৰূপান্তৰিত কৰা হৈছে।

ইউনে বিৰোধীক “ৰাষ্ট্ৰ বিৰোধী শক্তি” বুলি অভিহিত কৰি তেওঁলোকৰ লক্ষ্যক “শাসন ব্যৱস্থাৰ পৰিৱৰ্তন” বুলি অভিহিত কৰে। তেওঁ কয়, ৰাষ্ট্ৰবিৰোধী শক্তিক অতি সোনকালে নিৰ্মূল কৰি দেশক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিম।

কিন্তু ইয়াৰ এদিনৰ পিছত বুধবাৰে এই আইন উঠাই লোৱাৰ কথা ঘোষণা কৰে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। দেশখনৰ গণতান্ত্ৰিক কাঠামোৰ প্ৰতি লক্ষ্য ৰাখি এই আইন উঠাই লোৱা বুল ঘোষণা কৰে দেশখনৰ প্ৰশাসনে।

উল্লেখ্য যে দেশখনত সামৰিক শাসন বলৱৎ কৰাৰ পিছতেই আতংকিত হৈ পৰিছিল আমেৰিকাকে ধৰি দেশখনৰ মিত্ৰশক্তিসমূহ। বহুতেই এই সিদ্ধান্তক সমালোচনা কৰাৰ পিছত এই আইন উঠাই লয় ৰাষ্ট্ৰপতি ইউন ছুক-য়েওলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd