• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্যজনকভাৱে মৃত্যু ২৪ বছৰীয়া কোৰিয়ান অভিনেত্ৰীৰ; ঘৰৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2025 2:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৰিয়াৰ অভিনেত্ৰী কিম চে-ৰনৰ ৰহস্যজনক মৃত্যু ঘটিছে। ঘৰৰ পৰা উদ্ধাৰ হৈছে ২৪ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ। ‘ব্লাডহাউণ্ডছ’ আৰু ‘দ্য মেন ফ্ৰম ন’হৱেৰ’ ছবিত কৰা অভিনয়ৰ বাবে বিখ্যাত দক্ষিণ কোৰিয়াৰ অভিনেত্ৰীগৰাকী। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

বাতৰি অনুসৰি, দেওবাৰে কিম চে-ৰনৰ এজন বন্ধুৱে প্ৰথমে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া দক্ষিণ কোৰিয়াৰ অভিনেত্ৰীগৰাকীৰ সৈতে ফোনত যোগাযোগ কৰিব পৰা নগ’ল, তেতিয়া তেওঁ পৰিয়ালক খবৰ দিয়ে। তাৰ পিছতে আবেলি অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱা যায়। তেওঁৰ মৃত্যুৱে উদ্যোগটোৰ ওপৰত শোকৰ ছাঁ পেলাইছে।

Apply Now

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তদন্ত অব্যাহত আছে। অৱশ্যে প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অভিনেত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়ালৈ চালে দেখা যায় যে তেওঁ শেষবাৰৰ বাবে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল জানুৱাৰী মাহত। তেতিয়াৰ পৰা আৰু তেওঁ সক্ৰিয় হৈ থকা নাই।

২০০৯ চনত ‘এ ব্ৰেণ্ড নিউ লাইফ’ ছবিৰে অভিষেক ঘটাই জনপ্ৰিয়তা লাভ কৰিছিল কিম চে-ৰনে। ‘দ্য মেন ফ্ৰম ন’হৱেৰ’ (২০১০) ছবিখনত তেওঁ এক মৰ্মস্পৰ্শী অভিনয় কৰিছিল। ‘দ্য নেইবাৰ্ছ’, ‘লাভ অন হাইস্কুল’ৰ দৰে ছবিত অভিনয়ৰ বাবেও তেওঁ জনপ্ৰিয়।

Kim Saeron has passed away at 24. She was found unconscious in her home by a friend who immediately notified authorities.

Upon their arrival, law enforcement found no indications of foul play, and the cause of death remains under investigation.#KimSaeron pic.twitter.com/JwbRAfHD5j

— L’essence Studios (@lessencestudios) February 16, 2025

কিন্তু ২০২২ চনত হোৱা এক ঘটনাই কিমৰ কেৰিয়াৰত এক বৃহৎ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। তেওঁৰ বিৰুদ্ধে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উঠে। যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বৃহৎ জৰিমনা ভৰিবলগীয়া হৈছিল। ২০২৩ চনৰ এপ্ৰিল মাহত তেওঁ মঞ্চলৈ ঘূৰি অহাৰ চেষ্টা কৰিছিল। কিন্তু অসুস্থতাৰ বাবে সেইটোও সম্ভৱ হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd