• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 9:30 pm
430
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগক কেনেকৈ জয় কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন মতামত আছে। অৱশ্যে এইবাৰ দক্ষিণ কোৰিয়াৰ এজন বিজ্ঞানীয়ে আচৰিত ধৰণৰ দাবী উত্থাপন কৰিছে। তেওঁৰ মতে কোনো ধৰণৰ কেমোথেৰাপি বা ৰেডিয়’থেৰাপি অবিহনে কেন্সাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

আধুনিক যুগত কেন্সাৰ দূৰ কৰিবলৈ বিভিন্ন পদ্ধতি উদ্ভাৱন কৰা হৈছে। এইক্ষেত্ৰত কেমোথেৰাপি আৰু ৰেডিয়’থেৰাপি হৈছে আটাইতকৈ ফলপ্ৰসূ। ই কেন্সাৰ কোষ ধ্বংস কৰে। কিন্তু ইয়াৰ ফলত শৰীৰত গুৰুতৰ প্ৰভাৱ পৰে।

অৱশ্যে এইক্ষেত্ৰত নতুন চিকিৎসা পদ্ধতিয়ে সকলোকে আচৰিত কৰি তুলিছে। ইয়াৰ জৰিয়তে কেন্সাৰ কোষবোৰক ধ্বংস নকৰাকৈ তাক পুনৰ ৰিপ্ৰগ্ৰেম কৰা হ’ব।

বোলেন নেটৱৰ্ক ইনফাৰেন্স নামৰ কম্পিউটাৰ ব্যৱস্থা এটা গঢ়ি তোলা হৈছে। তাৰ পৰাই গৱেষকসকলে কলন কেন্সাৰক নতুন কৰি ৰিপ্ৰগ্ৰেম কৰাৰ কাম কৰিছে। ইয়াত শৰীৰৰ স্বাভাৱিক ৰোগৰ দৰে কেন্সাৰ আৰোগ্য হ’ব। এই কামত গৱেষকসকলক বিশেষভাৱে সহায় কৰিছে এআইয়ে।

বৰ্তমান ইয়াক আন প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰি তাৰ পৰাই সফলতা লাভ কৰাৰ প্ৰয়াস কৰা হৈছে। যদি সফলতা থাকে তেন্তে তাৰ পৰাই মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা যাব বুলিও ধাৰণা কৰা হৈছে।

যদি এই গৱেষণা সফল হয় তেন্তে কেন্সাৰ ৰোগত যথেষ্ট সফলতা লাভ কৰিব বুলিয়েই ধাৰণা কৰা হৈছে। কেমোথেৰাপি আৰু ৰেডিয়চন অবিহনে যদি কেন্সাৰ নিয়ন্ত্ৰণ হয় তেন্তে চিকিৎসা বিজ্ঞানত ই এক বৃহৎ জয় হ’ব।

কৰ্কট ৰোগৰ চিকিৎসা বিভিন্ন ধৰণৰ হ’লেও বিভিন্ন মহলত এই ৰোগক লৈ এতিয়াও বিভিন্ন আশংকা আছে। চিকিৎসা কৰিব নোৱাৰাৰ বাবে এই ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হয়। কিন্তু এই নতুন আৱিষ্কাৰ হ’লে বহু কম খৰচত কেন্সাৰৰ চিকিৎসা সম্ভৱ হ’ব পাৰে। বহু সাধাৰণ মানুহে হয়তো নিজৰ জীৱনৰ ছন্দ পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব।

অৱশ্যে এটা কথা মনত ৰাখিব যে এই ধৰণৰ লেখাৰ আধাৰত আপুনি কোনো সিদ্ধান্ত লোৱা উচিত নহয়। এই সম্পৰ্কে যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে ইয়াক লৈ চিকিৎসকৰ ওচৰলৈ যাব পাৰে। তেওঁ দিয়া পৰামৰ্শ অনুসৰিহে আপুনি আগবাঢ়িব।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd