DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱ; অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 3:24 pm
Cyclone-Heavy-Rain-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: খৱৰ নৰ্থইষ্ট

7.1k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে বংগোপসাগৰৰ মধ্য আৰু উত্তৰ অংশ, মিজোৰাম, ত্ৰিপুৰা, অসমৰ কিছুমান অংশৰ লগতে নাগালেণ্ডক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

ই লগতে তামিলনাডুৰ উত্তৰাঞ্চল তথা মহাৰাষ্ট্ৰকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

দক্ষিণ-পশ্চিম মৌচুমী বায়ু ইয়াৰ নিজস্ব গতিৰে দক্ষিণ ভাৰতৰ পিনে অগ্ৰসৰ হৈছে।

এই মুহূৰ্তত ই কৰ্ণাটক আৰু তামিলনাডুৰ কিছুমান অঞ্চলত সক্ৰিয় হৈ আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমণ ঘটিব।

এই সময়ছোৱাত মহাৰাষ্ট্ৰ, উৰিষ্যা, মধ্য প্ৰদেশৰ বহুকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।

মৌচুমী বায়ুৰ আগতীয়া প্ৰভাৱত দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশকে ধৰি বহুকেইখন ৰাজ্যত ছোগাছোৰাকাকৈ বৰষুণ দি আছে।

বংগোপসাগৰৰ প্ৰভাৱিত অঞ্চলত নিম্ন চাপৰ বাবে মৌচুমীৰ প্রভাৱ বৃদ্ধি পাইছে। দক্ষিম-পশ্চিম মৌচুমী বায়ু বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিব পাৰে।

তদুপৰি, বৰ্তমান মৌচুমীৰ গতিলৈ চাই বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি অহা ২৪ ঘন্টাত গোৱা, কৰ্ণাটক, তেলেংগানা, উৰিষ্যা, ছিকিম আৰু পশ্চিমবংগৰ বাকী অঞ্চলত প্ৰৱেশ কৰিব পাৰে।

আনহাতে, বতৰ বিজ্ঞান বিভাগৰ মতে পৰৱৰ্তী তিনিদিনলৈ সৰ্বোচ্চ তাপমাত্ৰাৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখা পোৱা নাযাব।

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd