• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 4:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে যোৱা ১ ডিচেম্বৰ বৃহস্পতিবাৰে ৰাজ্যখনৰ দুই উপ-মুখ্যমন্ত্ৰী ক্ৰমে কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকলৈ এক বিশেষ তথা লোভনীয় প্ৰস্তাৱ আগবঢ়াইছে।

ভাৰতীয়ৰ পৰা ১০০ কোটি টকা লাভ কৰিবলৈ কয় ‘বিশেষ প্ৰস্তাৱ’ জনতা পাৰ্টি (বিজেপি)।বিধায়ক আনি মুখ্যমন্ত্ৰী হ’বলৈ কৈছে।

উত্তৰ প্ৰদেশৰ ৰামপুৰত এক নিৰ্বাচনী সভাত ভাষণ দি অখিলেশ যাদৱে কয়, “দুজন উপ মুখ্যমন্ত্ৰী আছে। তেওঁলোকে আমাক মাফিয়া আৰু অপৰাধী বুলি আখ্যা দিছে। দুয়োজনে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ বিচাৰিছে। মই তেওঁলোকক আগতে এটা প্ৰস্তাৱ দিছিলোঁ। ৰামপুৰতো মই সেই একেই প্ৰস্তাৱ দিছো।” 

Apply Now

 

লগতে  পঢ়ক   কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

এই বুলি কৈ অখিলেশ সিং যাদৱে কয় “আপোনালোকে ১০০ জন বিধায়কক লৈ আহক, আমাৰ ১০০ জন বিধায়ক আপোনালোকৰ বাবে সাজু হৈ আছে। আমি চৰকাৰ গঠন কৰিম আৰু আপোনালোকে মুখ্যমন্ত্ৰী হওক।” অখিলেশ সিং যাদৱে লগতে দুয়োগৰাকী উপ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ‘মুখ্যমন্ত্ৰী পিছে পিছে আৰু কিমান ঘূৰি থাকিব।’

অখিলেশ যাদৱে আৰু কয় “উপ মুখ্যমন্ত্ৰী হোৱাৰ লাভ কি? যদি আপুনি এজন চিকিৎসা বিষয়াক বদলিও কৰিব নোৱাৰে, তেন্তে উপ মুখ্যমন্ত্ৰী হৈ থকাৰ লাভ কি? আমি এটা অফাৰ দিছো, আমাৰ ১০০ জন বিধায়ক আছে, আমি ৰৈ আছো, আমি মুখ্যমন্ত্ৰী হ’ব নিবিচাৰো।”

উল্লেখ্য, অহা ৫ ডিচেম্বৰত উত্তৰ প্ৰদেশত এটা সংসদীয় সমষ্টিৰ লগতে মইনপুৰী আৰু ৰামপুৰ বিধানসভা সমষ্টিটো উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন উপলক্ষ্যে বৃহস্পতিবাৰে ৰামপুৰত নিৰ্বাচন প্ৰচাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে ৰাজ্যখনৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি এইদৰে আক্ৰমণ কৰে।

 

লগতে  পঢ়ক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰ মাহতো অখিলেশ যাদৱেও এই একেটা প্ৰস্তাৱকে দিছিল। তেতিয়াও অখিলেশ সিং যাদৱে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই ১০০ গৰাকী বিধায়ক লৈ সমাজবাদী পাৰ্টিৰে মিলি চৰকাৰ গঠন কৰিলে মৌৰ্যকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব।

ইফালে, অখিলেশ সিং যাদৱৰ এই মন্তব্যৰ পাছতে টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। উপ মুখ্যমন্ত্ৰী মৌৰ্যই কয় যে উপনিৰ্বাচনত দুয়োটা সমষ্টিতে পৰাজয় হোৱাৰ আশংকাত অখিলেশ সিং যাদৱে মানসিক ভাৰসাম্য হেৰুওৱাই পেলাইছে। যাদৱে নিজেও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে আৰু আনকো মুখ্যমন্ত্ৰী পাতিব নোৱাৰে বুলি কটাক্ষ কৰি উপ মুখ্যমন্ত্ৰী মৌৰ্যই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd