• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ দল স্পেইনৰ! বাৰ্চাৰ ৭ খেলুৱৈ, কিয় নাই ৰিয়েল মাদ্রিদৰ কোনো তাৰকা? তুমুল বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 3:17 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্পেইনে ফিফা বিশ্বকাপ-২০২৬ৰ বাবে দল ঘোষণা কৰিলে। তাৰ পিছতে আৰম্ভ হ’ল তুমুল বিতৰ্ক। কাৰণ, ৯২ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে স্পেইনৰ বিশ্বকাপ দলত স্থান নাপালে ৰিয়েল মাদ্রিদৰ এজনো ফুটবলাৰে। ইতিমধ্যে স্পেইনৰ প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টে এই দলটো নিৰ্বাচনক লৈ ফুটবল জগতত সমালোচনাৰ ধুমুহা সৃষ্টি কৰিছে।

দেখা গৈছে যে প্ৰশিক্ষকে ঘোষণা কৰা ২৬ জনীয়া দলটোত ৰিয়েলৰ তীক্ষ্ণ প্ৰতিদ্বন্দ্বী বাৰ্চিলোনাৰ ৭ জন ফুটবলাৰ আছে। ইয়াৰ উপৰিও আৰ্চেনাল, এথলেটিক ক্লাব আৰু এটলেটিকো মাদ্রিদৰ তিনিজনকৈ খেলুৱৈয়ে সুযোগ লাভ কৰিছে৷ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই যদিও যুৱ প্ৰতিভা লামিনে ইয়ামালক দলত সুযোগ দিয়া হৈছে।

Apply Now

দলত কোন আছে আৰু কাক বাদ দিয়া হৈছিল?

আটাইতকৈ ডাঙৰ আচৰিত কথাটো হ’ল ইউৰো ২০২৪ বিজয়ী দলটোৰ অধিনায়ক আলভাৰো মৰাটাক দলত অন্তৰ্ভুক্ত কৰা নহ’ল। অৱশ্যে পেড্ৰি, জাভি, পাউ কুবেৰচি, এৰিক গাৰ্চিয়া, ফেৰাণ টৰেছ, ৰড্ৰি, মাইকেল মেৰিনো, মাৰ্টিন জুবিমেণ্ডি, নিকো উইলিয়ামছ আৰু ডানি অলমোৰ দৰে তাৰকাই দলত স্থান লাভ কৰিছে।

কেপ ভাৰ্ডে, চৌদি আৰব আৰু উৰুগুৱেৰ সৈতে গ্ৰুপ এইচত আছে স্পেইন। ১৪ জুনত কেপ ভাৰ্ডেৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব স্পেইনে। তাৰ পূৰ্বে ইৰাক আৰু পেৰুৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব।

ফিফা বিশ্বকাপৰ বাবে স্পেইনৰ দল:

গ’লৰক্ষক : উনাই ছিমিওনে, ডেভিদ ৰায়া, জোয়ান গাৰ্চিয়া

ডিফেণ্ডাৰ : মাৰ্ক কুকুৰেলা, পাউ কুবেৰচি, আয়মেৰিক লাপ’ৰ্ট, আলেজান্দ্ৰ’ গ্ৰীমাল্ডো, পেড্ৰ’ প’ৰ’, এৰিক গাৰ্চিয়া, মাৰ্কছ ল’ৰেণ্টে, মাৰ্ক পুবিল

মিডফিল্ডাৰ : জাভি, ৰড্ৰি, পেড্ৰি, মাৰ্টিন জুবিমেণ্ডি, ফেবিয়ান ৰুইজ, এলেক্স বায়েনা, মাইকেল মেৰিনো

ফৰোৱাৰ্ড : লেমিন ইয়ামাল, নিকো উইলিয়ামছ, ডানি অলমো, ফেৰাণ টৰেছ, মাইকেল ভাৰ্জাবাল, জেৰেমি পিনো, বৰ্জা ইগলেছিয়াছ, ভিক্টৰ মুনোজ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd