• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিমীয়া বিশ্বত এতিয়া জনপ্ৰিয় ‘আনাৰস ডেটিং’; জীৱন সংগী বিচাৰি এয়া কেনে নতুন কৌশল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীত প্ৰেমৰ জাল অনৱগুণ্ঠিত নহয়, একেবাৰে মোহজাল-মায়াজালেৰে পৰিপূৰ্ণ। ইয়াৰ পিছতো বহু লোকে সংগী বিচাৰি হাবাথুৰি খাইছে। আজিকালি সংগী বিচাৰি পোৱাৰ একমাত্ৰ ভৰসা হ’ল ডেটিং এপ বা ছ’চিয়েল মিডিয়া। অৱশ্যে ডেটিং এপৰ ​​প্ৰতিও বহুতে পিঠি দিছে। কিছুমানে সম্পৰ্ক-বন্ধুত্বৰ পৰা বাহিৰলৈ ওলাই গৈ নতুন পন্থাৰ ফালে মুখ কৰিছে। জীৱন সংগী বিচাৰি উলিওৱাৰ এনে এটা কৌশল হ’ল ‘আনাৰস ডেটিং’। জীৱন সংগী বিচাৰিবলৈ স্পেইনৰ নাগৰিকৰ মাজত ‘আনাৰস ডেটিং’ অতি জনপ্ৰিয়। অনলাইনৰ বাহিৰত এইটো এটা অভিনৱ পদ্ধতি।

জীৱন সংগীৰ সন্ধান

Apply Now

স্পেইনৰ জনপ্ৰিয় চুপাৰ মাৰ্কেট মাৰ্কাডোনাত মুকলি কৰা হৈছে এই ‘পাইনেপুল ডেটিং’। নিসংগতাৰ সংকেত দিবলৈ আনাৰস ব্যৱহাৰ কৰা হৈছে। শ্বপিং কাৰ্টত আনাৰস এটা ওলোটাকৈ ৰাখিলে বুজোৱা হৈছে, “মই অকলশৰীয়া, জীৱন সংগী বিচাৰিছো।” সেই ওলোটা আনাৰস দেখি কোনো ব্যক্তি আগ্ৰহী হৈ আগুৱাই আহি সেই অকলশৰীয়া মানুহৰ সৈতে কথা পাতিছে। দুয়োৰে পছন্দ-অপছন্দ একে হ’লেই সম্পৰ্ক আগবাঢ়িছে।

জেন জেড–ৰ পছন্দ

ৰিল আৰু টিকটকৰ জৰিয়তে আনাৰস ডেটিংৰ জনপ্ৰিয়তা বাঢ়িছে। Gen Z সকল ডেটিংৰ প্ৰতি অতি আগ্ৰহী। জেন জেড হৈছে ১৯৯০ চনৰ পৰা ২০১০ৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰজন্ম যিসকল ইন্টাৰনেটৰ প্ৰতি অতি আগ্ৰহী। আমোদজনকভাৱে এই উদ্ভাৱনীমূলক ডেটিংৰ বাবে আনাৰসৰ বিক্ৰীও যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে যিকোনো সময়তে কেৱল আনাৰস কিনিব নোৱাৰি। সংগী বিচৰাৰ সময় হৈছে সন্ধিয়া ৭ বজাৰ পৰা নিশা ৮ বজালৈ।

আনাৰসতকৈও আৰু বেছি কিবা এটা

ইয়াতেই ক্ষান্ত নহয়। স্পেইনৰ এটা সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আনাৰসৰ উপৰিও বহুতে শ্বপিং কাৰ্টত চকলেট বা মিঠাই ৰাখিছে। অৰ্থাৎ তেওঁলোকে দীৰ্ঘম্যাদী সম্পৰ্কৰ প্ৰতি আগ্ৰহী। ক্ষন্তেকীয়া সম্পৰ্ক বিচৰাসকলে ট্ৰলীত দাইল বা চীনালাই ৰাখিছে। বিবিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে টেলিভিছনৰ তাৰকা অভিনেতা ভিভিয়ান লিনে আনাৰস ডেটিং ট্ৰেণ্ডক জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ পোষ্ট কৰা এটা ভিডিঅ’ত দেখা গৈছে যে মাৰ্কাডোনা চুপাৰ মাৰ্কেটত গৈ তেওঁ শ্বপিং কাৰ্টত আনাৰস ৰাখিছে।

আনাৰস ডেটিঙৰ নতুন ধাৰাটোক লৈ বহুতে অত্যন্ত সুখী। তেওঁলোকৰ যুক্তি হ’ল, সংগী বিচাৰি পাও বা নাপাও, এটা গোটা আনাৰস ঘৰলৈতো আহিছে। সেইটোৱে কম নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd