• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জুবিন আৰু তেওঁৰ মৃত্যু সম্পৰ্কে একোখন ডকুমেণ্ট’ৰী বনোৱা হ‌ওক

জিতেন বেজবৰুৱা by জিতেন বেজবৰুৱা
October 17, 2025 8:30 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিতেন বেজবৰুৱাৰ লেখা

জুবিনৰ জীৱন আৰু সাংগীতিক যাত্ৰা সম্পৰ্কে এখন ভাল ডকুমেণ্ট’ৰী  বনোৱা হ‌ওক। লগতে তেওঁৰ মৃত্যু আৰু প্ৰতিক্ৰিয়া সম্পৰ্কে এখন স্বতন্ত্ৰ ডকুমেণ্ট’ৰী বনোৱা হ‌ওক। ইয়াত ম‌ই দ্বিতীয়টো সম্পৰ্কেহে কিছু কথা ক‘ব খুজিছো, কিয়নো প্ৰথমটোৰ প্ৰয়োজন সম্পৰ্কে কাকো কোৱাৰ প্ৰয়োজন নাই। জুবিনৰ মৃত্যু সাম্প্ৰতিক অসমৰ ইতিহাসৰ এটা সবাতোকৈ ডাঙৰ সামাজিক পৰিঘটনা। ইয়াক স্মৰণ আৰু অধ্যয়ন কৰাটো ভৱিষ্যতৰ বাবে খুবেই দৰকাৰী।

Apply Now

কিন্তু আমি ঘটনা এটাৰ সময়ত যিমানেই উৎসাহ নেদেখুৱাওঁ লাগিলে, তাক সযতনে আৰু প্ৰণালীবদ্ধ ৰূপত সংৰক্ষণ কৰাত আমি খুবেই বেয়া। এই যে অসমত কা-বিৰোধী আন্দোলন হৈছিল, তাৰ মানে কি কি হৈছিলনো? আজি এইবুলি যদি নজনা কোনোবাই আন্তৰিকতাৰে সবিশেষ জানিব খোজে, আমি কি উত্তৰ দিম? সঠিক উত্তৰ দিব পাৰিমনে? আমি এনেকুৱা এটা সামগ্ৰিক আৰু সবিশেষ ৰিপ‘ৰ্ট সমুখত দাঙি ধৰিব পাৰিমনে, য‘ত আন্দোলনটোৰ বিষয়ে চব কথা থাকিব? আমাৰ হাতত কা-বিৰোধী আন্দোলনৰ বিষয়ে এনেকুৱা সামগ্ৰিক আৰু সবিশেষ কিবা লেখা, ডকুমেণ্টেৰি, কিতাপ আছেনে? মই দেখাত অন্ততঃ নাই।

যি আছে আমাৰ চবৰে ব্যক্তিগত অভিজ্ঞতাবোৰ আছে, ফে‘চবুকৰ ৱালে ৱালে মেম‘ৰি আছে, আৰু আছে অলেখ লাইভ ভিডিঅ‘- ফে‘চবুকতে হ‌ওক, ইউটিউবতে হ‌ওক, টিভি চেনেলতে হ‌ওক। কিন্তু এইবোৰ লৈ আমি কি কৰিম? আন্দোলনটোৰ সামগ্ৰিক দৃশ্যপটটো কি আছিল, কি কি প্ৰধান ঘটনা ঘটিছিল, কোনকেইটা চূড়ান্ত মুহূৰ্ত আছিল, ইত্যাদি ইত্যাদি। এইবোৰ কথা আমি কেনেকৈ নজনা কাৰোবাক বুজাম? লাইভ ভিডিঅ‘ বস্তুটো অত্যন্ত বেয়া বস্তু, ইয়াৰ সৈতে চিচি কেমেৰাৰ ৰেকৰ্ডিঙৰ কোনো তফাৎ নাই। ডাঙৰ-ঐতিহাসিক মুহূৰ্তবিলাকক সি banalize কৰি পেলায়। লাইভ কৰিব নালাগে বুলি নক‌ওঁ, কিন্তু সি যাতে গোটেই ঘটনাৰাজিক খাই পেলাব নোৱাৰে সেইটো মনত ৰাখিব লাগে।

কা-বিৰোধী আন্দোলনৰ বিষয়ে এইবাবেই ক‘লো যে তাৰ ক্ষেত্ৰত আমি যিটো ভুল কৰিলো, জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সেইটো ভুল পুনৰ নহ‌ওক। জুবিনৰ মৃত্যুৰ আৰু প্ৰতিক্ৰিয়াৰ যিটো মহাকাব্যিক ব্যাপ্তি, তাক সেই ৰূপতে ধৰি ৰাখিবলৈ চেষ্টা কৰা হ‌ওক। একে সময়তে জুবিনৰ সাংগীতিক যাত্ৰা আৰু তেওঁৰ সামাজিক ভূমিকা তথা commentaryৰ এটা সামগ্ৰিক আৰু সবিশেষ কলাজ নিৰ্মাণ কৰা হ‌ওক। য‘তে-ত‘তে সিঁচৰতি হৈ থকা তেওঁৰ বক্তব্যৰ বিভিন্ন টুকুৰাবিলাক একেলগ কৰা হ‌ওক সঠিক স্থান-কালৰ উল্লেখসহ। নহ‘লে দুবছৰমানৰ ভিতৰত সেইবোৰ কোটি কোটি অদৰকাৰী ভিডিঅ‘ৰ মহাসাগৰত হেৰাই যাব। ভৱিষ্যতে কোনোবাই কিছুমান খান্দি উলিয়ালেও তাৰপৰা সম্পূৰ্ণ জুবিনজন হেৰাই যাব। গতিকে সময় থাকোতেই এইকেইটা কাম কৰা হ‌ওক।

জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd