• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আৰণ্যক’ৰ উদ্যোগত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত বন আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ বিশেষ কৰ্মশালা

উত্তম শইকীয়া by উত্তম শইকীয়া
December 5, 2019 5:10 pm
Police

কৰ্মশালাত অংশগ্ৰহণ কৰা আৰক্ষী সকল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত আৰক্ষীৰো কৰণীয় আছে। বন্যপ্ৰাণী অপৰাধ আৰু ব্যৱসাৰ লগতে অস্ত্ৰৰ চোৰাং ব্যৱসায়ে দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেয়েহে আৰক্ষীসকলক এইক্ষেত্ৰত সজাগ কৰি তোলাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত দেৰগাওঁৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আজি এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।

১৫০ গৰাকী আৰক্ষী জোৱানৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালাত মহাবিদ্যালয় খনৰ অধ্যক্ষ জিতমল দলে, আৰণ্যকৰ সচিৱ তথা এচিয়ান ৰাইনো স্পিচিয়েলিষ্ট গ্ৰুপৰ সভাপতি ড৹ বিভৱ কুমাৰ তালুকদাৰ, ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ ৰাহুল দত্ত, আৰণ্যকৰ আইনী উপদেষ্টা কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্য  আৰু মেডিয়া কোষৰ বিজয় শংকৰ বৰাই অংশগ্ৰহণ কৰে।

Apply Now

আৰণ্যকৰ আইনী উপদেষ্টা শাখাৰ উদ্যোগত আয়োজিত এই বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ জিতমল দলে কয় যে, প্ৰকৃতি সংৰক্ষণ কৰাতো আমাৰ পৰম্পৰা আছিল। বন্যপ্ৰাণী আৰু এই বোৰৰ আৱাস সংৰক্ষণৰ বাবে আমি পুৰণি পৰম্পৰাবোৰ পালন কৰিব লাগে।

আনহাতে, আৰণ্যকৰ সচিৱ প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে দিয়া সচিত্ৰ উপস্থাপনত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গোলকীয় আৰু স্থানীয় পটভূমিৰ বিশ্লেষণ কৰি বন্যপ্ৰাণী অপৰাধে দেশৰ নিৰাপত্তাৰ প্ৰতিও যে ভাবুকি আনিব পাৰে সেই বিষয়ে বিশ্লেষণ আগবঢ়ায়।

গঁড় হত্যাৰ বিভিন্ন কাৰণ বিশ্লেষণৰ লগতে গঁড়ৰ খৰ্গৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ ওপৰতো ড৹ বিভৱ কুমাৰ তালুকদাৰে বাখ্যা দাঙি ধৰে।

ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেশ্যনৰ সমন্বয়ক ৰাহুল দত্তই  অসমৰ গঁড় হত্যাৰ সৈতে উগ্ৰপন্থী জড়িত থকাৰ সচিত্ৰ উপস্থাপনেৰে গঁড় হত্যা প্ৰতিৰোধৰ বাবে আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত বাখ্যা আগবঢ়ায় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd