• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সাঁচিপতীয়া পাণ্ডুলিপি আৰু পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সফল সামৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 9:01 pm
WhatsApp Image 2019-07-19 at 8.35.35 PM

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত ব্যক্তিসকল

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ থকা আন্তৰ্জাতিক সংগঠন ‘ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ৯ জুলাইৰ পৰা ১৩ জুলাই লৈ পাঁচদিনীয়া কাৰ্য্যসূচীৰে কলাক্ষেত্ৰ প্ৰাঙ্গণত এখন “সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শংকৰী শৈলীত অংকন’’  শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায় ।

কৰ্মশালাত সাঁচিপতীয়া পুথি,  হেঙুল-হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শংকৰী শৈলীত পুথি চিত্ৰ অংকনৰ ওপৰতো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Apply Now

উল্লেখযোগ্য যে, ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত ২০১৩ বৰ্ষৰ পৰাই প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে সংগঠনটোৱে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথি চিত্ৰ চৰ্চাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায় সংযোজিত কৰাৰ প্ৰয়াস কৰি অহা হৈছে য।

পাঁচদিনীয়া কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ খ্যাতিমান পুথি চিত্ৰ শিল্পী মৃদু মৌচম বৰাই।

কৰ্মশালাৰ অন্তত ১৩ জুলাইত কলাক্ষেত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সামৰণি সভাত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকা, চ’ছাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতী,  সমন্বয়ক প্ৰদীপ হাজৰিকাকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী গন্য-মান্য ব্যক্তিয়ে ভাষণ ৰখি গুৰুজনাৰ অমৰ সৃষ্টি সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে।

সভা খনৰ আঁত ধৰে অধ্যাপিকা মধুচন্দা চলিহাই। উক্ত সভাতেই বন্তি প্ৰজ্বলনেৰে ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ উক্ত স্থানতে এক পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰো শুভাৰম্ভ কৰে অসম আৰক্ষীৰ ডি আই জি শ্যামল প্ৰসাদ শইকীয়াই।

আনহাতে, মূখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ভাষণ ৰাখে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱা, অধ্যাপক অতুল বৰুৱা, শিল্পী মাধৱ কৃষ্ণ দাস, জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য, ফটো সাংবাদিক চামুচুল হুদা পাটগিৰীকে ধৰি বহুকেইগৰাকী গন্য-মান্য ব্যক্তিয়ে।

মুখা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মুখাশিল্পী দেৱকান্ত হাজৰিকা ,বিনোদ ভুঞাঁ আৰু পাপু দাসে ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd