DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশেষভাৱে সক্ষম ব্যক্তি সকলক ক’ভিড প্ৰতিষেধক প্ৰদান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 4, 2021 6:25 am
Vaccination of phyisically disable

ফটো: নৰ্থইষ্ট নাও।

142
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে জিলাখনত ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে।

১৮ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিসকলক প্ৰতিষেধক প্ৰদানৰ সমান্তৰালকৈ জিলাখনৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুকলমে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বাবে সুকীয়াকৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে।

শিৱসাগৰ (নগৰ) সংহত শিশু বিকাশ সেৱা আঁচনিৰ অধীনস্থ শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত শনিবাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰতিষেধক প্ৰদান কৰা হয়।

প্ৰয়োজনীয় ক’ভিড-১৯ ৰোগৰ পৰীক্ষণ সম্পন্ন কৰি কেন্দ্ৰটিত ১৫০ পালি ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হয়।

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰটি পৰিদৰ্শন কৰে।

তেওঁ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ সৈতে জড়িত স্বাস্থ্য কৰ্মী, সহায়ক, কাৰিকৰী ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে কেন্দ্ৰটিত প্ৰদান কৰা সা-সুবিধাৰ বিষয়ে বুজ লয়।

উল্লেখযোগ্য যে, এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰটিত প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ স্বেচ্ছাসেৱী সকলৰ সহায়ত মাস্ক আৰু চাবোন বিতৰণ কৰা হয়।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd