• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী; মুখত ক’লা কাপোৰ বান্ধি সাৱ্যস্ত কৰিলে প্ৰতিবাদ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 5, 2019 2:48 pm

2 min read

WhatsApp Image 2019-10-05 at 12.18.51 PM

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

865
VIEWS
Share on FacebookShare on Twitter

শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমীৰ দিনটোতে মুখত ক’লা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

দিছপুৰ লাষ্ট গেটৰ পৰা গণেশ উদ্যানলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰে সংগঠনটোৰ শতাধিক সদস্যই।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষৰ আজিৰ দিনটোতে ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈছিল বহুসংখ্যক দিব্যংগ লোক।

আৰক্ষীৰ শীৰ্ষ বিষয়া অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে আৰক্ষীয়ে দিব্যাংগক প্ৰহাৰ কৰি মানবাধিকাৰ ভঙ্গ কৰাৰ গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে।

সেয়েহে আজিৰ দিনটোত মুখত ক’লা কাপোৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধীসকলে।

দিব্যাংগক প্ৰহাৰ কৰি মানবাধিকাৰ ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে চৰকাৰৰ গৃহ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম।

প্ৰতিবন্ধীৰ দাবী তেওঁলোকক প্ৰহাৰ কৰাৰ পাছৰে অসম আৰক্ষীৰ ভিতৰছোৱাত চুৰি ডকাইতিত আৰক্ষী জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে।

তেওঁলোকৰ অভিশাপৰ ফলতে অসম আৰক্ষীৰ বেয়া দিন অহা বুলিও মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

“আমি এতিয়াও পিঠিৰ কোব পাহৰা নাই। যোৱা বৰ্ষৰ ৫ অক্টোবৰৰ দিনা আমাক প্ৰহাৰ কৰাৰ দিনৰে পৰা দুৰ্দিন আহিছে অসম আৰক্ষীৰ। আমাৰ অভিশাপ লাগিছে। সেয়েহে চুৰি ডকাইতি, মাৰপিটৰ ঘটনাৰ সৈতে জড়িত হৈ পৰিছে আৰক্ষী। দিচপুৰ আৰক্ষী থানাৰ আৰক্ষী নিপু কলিতা সোণ চুৰি অভিযোগত গ্ৰেপ্তাৰ হৈছে।”

ইপিনে, সপ্তমীৰ দিনটোত মা দূর্গাৰ শ্ৰী চৰণত প্ৰতিবাদী প্ৰতিবন্ধী সকলে চৰকাৰৰ সুমতি বিচাৰি পূজা অৰ্চনা কৰিব বুলিও মালাকাৰে সদৰী কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd