• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধী লোক সকলক ভোট দিয়াৰ নামত প্ৰতাৰণা বিজেপি চৰকাৰৰ

"পোষ্টেল বেলটত প্ৰতিবন্ধী লোকসকলৰ ভোট দিয়াৰ পৰা বঞ্চিত কিয়?"-নৃপেন মালাকাৰ

Jahnobi Boruah জাহ্নৱী বৰুৱা
গুৱাহাটী , March 27, 2021 2:51 pm

1 min read

a proti
350
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে দিছ্পুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত নিৰ্বাচনত প্ৰতিবন্ধী সকলৰ ভোটাধিকাৰ সম্পৰ্কে নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰত প্ৰশ্ন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

প্ৰশ্ন উত্থাপন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় ” কেন্দ্ৰীয় চৰকাৰে কথা দিয়া মতে প্ৰতিবন্ধী লোকসকল আৰু বয়সীয়াল লোকৰ ঘৰত গৈ চৰকাৰী বিষয়া সকলে গাওঁবুঢ়া সহায়ত পোষ্টাল বেলতৰ দ্বাৰা ভোট সংগ্ৰহ কৰা কথা আছিল।

আমাৰ ৯লাখ ভোটাৰ থকাৰ পাছতো মাত্ৰ ১লাখ ৩০ হাজাৰ ব্যক্তিয়েহে ভোট দান কৰা দেখা পোৱা গৈছে।”

“প্ৰতিবন্ধী লোকসকলৰ দাবী সমূহ মানি লব নোৱাৰাৰ স্বাৰ্থত তেওঁলোকক ভোট দিয়াৰ পৰা বঞ্চিত কৰা হৈছে নেকি? মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নগ’ল।

সেয়েহে নিৰ্বাচনী বিষয়সকললৈ অনুৰোধ যাতে তেওঁলোকে এই কথাত গুৰুত্ব প্ৰদান কৰে অন্যথা আমি নিৰ্বাচনৰ সময়তে বেলেগ ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিম।” নিৰ্বাচনী বিষয়ক উদ্দেশ্যি নৃপেন মালাকাৰে কয় ।

Recent News

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

Oxygen-tanker-leaked

শোকাৱহ: চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ ‘লিক’ হৈ ভয়াৱহ পৰিস্থিতি, ২২ ৰোগীৰ কৰুণ মৃত্যু

josu4lr8_dr-manisha-jadhav-mumbai-doctor-covid19-facebook_625x300_21_April_21

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd