• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডংগল-২ : আমিৰ খানৰ ছবিত অভিনয় কৰিব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2018 10:23 pm

1 min read

ডংগল-২ : আমিৰ খানৰ ছবিত অভিনয় কৰিব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে!
449
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ বাবে আন এক সুখবৰ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক অচিৰেই হয়তো দেখা পোৱা যাব বলীউডৰ অভিনেতা আমিৰ খানৰ ছবি ‘ডংগল-২’ত।

প্ৰাপ্ত তথ্য মতে বৰ্তমান নলবাৰীত ভ্ৰাম্যমাণত ব্যস্ত থকা প্ৰস্তুতি পৰাশৰলৈ আজি আমিৰ খানৰ কাৰ্যালয়ৰ পৰা ফোন আহিল।

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা গৰাকী বৰ্তমান ব্যস্ত ‘ডংগল-২’ৰ প্ৰাম্ভিক কামকাজত। আৰু আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ সৈতে এই সন্দৰ্ভত আমিৰ খান প্ৰডাকশ্যনে কথা-বতৰা পাতিছিল।

ভ্ৰাম্যমাণৰ কামকাজত ব্যস্ত থকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে হয়তো অনাগত দিনত আমিৰ খানৰ ‘ডংগল-২’ত অভিনয় কৰিব পাৰে।

আনহাতে এই খবৰ বিয়পি পৰাৰ লগে লগে অভিনেত্ৰী গৰাকীৰ গুণগ্ৰাহী সকল আনন্দিত হৈ পৰা দেখা গৈছে। আনকি ছচিয়েল মিডিয়াতো এই প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্যে অভিনেত্ৰী গৰাকীয়ে আমিৰ খানৰ ছবি ‘ডংগল-২’ত অভিনয় কৰিব নে নকৰে সেয়া অভিনেত্ৰী গৰাকীয়ে এতিয়াও নিশ্চিত কৰা নাই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd