• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছপিঅ’ৰ স্থায়ী সংস্থাপন, শ্বহীদৰ মৰ্য্যাদাৰ দাবীত আন্দোলনৰ হুংকাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 9, 2020 7:09 pm
SPOs demand permanent employment
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছপিঅ’সকলৰ স্থায়ী সংস্থাপন আৰু উগ্ৰপন্থীৰ গুলিত মৃত্যুবৰন কৰা শ্বহীদ সকলৰ মৰ্যদা বিচাৰি সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ আন্দোলনৰ হুংকাৰ।

অতি শীঘ্ৰে  ৰাজ্য চৰকাৰে দাৱী সমূহ পুৰন নকৰিলে ৰাজ্যৰ প্ৰতিটো অঞ্চলত ৰাজনৈতিক ব্যক্তিৰ প্ৰবেশত বাধা দিব ৭০০ সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ জোৱান সকলে।

Apply Now

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য  সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সম্পাদক প্ৰহ্লাদ দাসৰ।

সংবাদ মেলত দাসে কয় ‘আমাৰ যিসকল শ্বহীদ হৈছে শ্বহীদৰ মূল্য পাব লাগে। আমাক স্থায়ী সংস্থাপন দিব লাগে। অতিশীঘ্ৰে যদি স্থায়ী সংস্থাপন নিদিয়ে আমি গোটেই অসম জুৰি আন্দোলনৰ সৃষ্টি কৰিম। অসমৰ প্ৰতিখন জিলাত,প্ৰতিখন গাওঁত, প্ৰতিটো সমষ্টিত আমি ৰাজনৈতিক ব্যক্তিক বাধা দিম’।

যিকোনো সময়ত, যিকোনো ঠাইত, যিকোনো মুহুৰ্তত আমি বাধা দিম তাৰ বাবে কোনেও ৰক্ষা কৰিব নোৱাৰে বুলি উল্লেখ কৰি দাসে কয় ‘আমি এনে পৰিস্থিতি নিবিচাৰো আমি শান্তি শৃংখলাৰে সকলো হৈ যোৱাটো বিচাৰো। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাতৰ অনুৰোধ যাতে আমাক স্থায়ী সংস্থাপন দিয়ে’।

কংগ্ৰেছ তথা বিজেপি দুয়োখন চৰকাৰে প্ৰতাৰনা কৰা বুলি উল্লেখ কৰি দাসে কয় ‘২০১২ চনত স্থায়ী সংস্থাপনৰ বাবে আৰম্ভ কৰা 3rd AISF বেটেলিয়নৰ কাম ২০১৮ চনৰ ডিচেম্বৰ মাহত বন্ধ কৰে। দুয়োখন চৰকাৰে আমাক প্ৰতাৰনা কৰিলে। 3rd AISFৰ কাৰনে চুক্তি স্বাক্ষৰ কৰা IAS বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু IPS বিষয়া অজিত প্ৰসাদ ৰাওৰ চুক্তি পত্ৰ অসাৰ হ’ল’।

শ্বহীদৰ পৰিয়াল যিসকলে বগা সাজ পিন্ধি সমাজত বহু কষ্টৰে জীৱন অতিবাহিত কৰিছে তেওঁলোকক স্থায়ী সংস্থাপন অথবা জীয়াই থকাৰ জীবিকা এটা দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাই দাসে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd