• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্য ৰূপত এথলেট দ্যুতি চান্দ; ৭০ কি:মি: গাড়ী চলাই গৈ নিজ গাঁৱত দুখীয়াক বিলালে খাদ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2020 10:53 am
dutee
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ এই দু:সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ সামৰ্থ্যৱান লোকে দু:স্থজনক সহায়ৰ হাত আগবঢ়াইছে।

ক্ৰিকেটাৰ, অভিনেতা, এথলেট, ফুটবলাৰকে ধৰি উদ্যোগী তথা ব্যৱসায়ীয়ে লকডাউনৰ ফলত উপায়হীন হৈ পৰা লোকক নিজাকৈ সহায় আগবঢ়াইছে।

Apply Now

এইবাৰ এনে এক মহনুভৱতাৰ পৰিচয় দাঙি ধৰিলে ভাৰতীয় এথলেট দ্যুতি চান্দে।

প্ৰায় ৭০ কিলোমিটাৰ পথ নিজেই গাড়ী চলাই গৈ নিজৰ গাঁৱত উপস্থিত হয় এথলেটগৰাকী।

গাঁৱত উপস্থিত হৈয়েই দুখীয়া লোকসকলৰ মাজত এথলেটগৰাকীয়ে লগত লৈ যোৱা খাদ্যৰ টোপোলা বিলায়।

লকডাউনৰ সময়ত নিষেধাজ্ঞা থকা বাবে দ্যুতিয়ে উৰিষ্যা চৰকাৰৰ পৰা তেওঁ থকা ভুৱনেশ্বৰৰ পৰা জজপুৰ জিলাৰ নিজ গাঁও চাকা গোপালপুৰলৈ যোৱাৰ বিশেষ পাছ উলিয়াই লয়।

তাৰ পাছত দ্যুতিয়ে গাড়ীত খাদ্যৰ টোপোলা বজাই কৰি লৈ গাঁৱলৈ বুলি ঢাপলি মেলে।

ইপিনে, গাঁৱৰ ছোৱালীজনীক সন্মুখত দেখি উৎফুল্লিত হৈ পৰে গাঁৱবাসী।

This car @anandmahindra sir is used for #Covid_19 combat & relief work. Today, I received essential groceries & sanitary from @achyuta_samanta & @dwitivikram & began distributing it in my village.@unwomenindia @KirenRijiju @sports_odisha @IndiaSports @PMOIndia @CMO_Odisha pic.twitter.com/GyCCZltdIr

— Dr Dutee Chand Olympian (@DuteeChand) May 9, 2020

দ্যুতিয়ে কয়,‘’লকডাউনৰ ফলত আমাৰ গাঁৱৰ বহুতেই সমস্যাত পৰিছে। মই মাত্ৰ তেওঁলোকক সহায় কৰাৰ সামান্য চেষ্টা কৰিছো। বিশেষ পাছ লৈ মই গাঁৱত উপস্থিত হৈ প্ৰায় এহাজাৰ লোকক খাদ্যৰ পেকেট বিলাও।‘’

এথলেটগৰাকীয়ে অৱশ্যে তেওঁ যোৱাৰ খৱৰ গাঁৱবাসীক আগতীয়াকৈ দিছিল। সেয়েহে, তেওঁ গাঁৱত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰৰ সন্মুখত লোক আহি ভিৰ কৰেহি।

তেওঁৰ এই মহান কাৰ্যক সহায় কৰিছে তেওঁৰ শিক্ষা প্ৰতিষ্ঠানে। নিজে ৫০ হাজাৰ টকা খৰচ কৰিছে আৰু বাকী খৰচ বহন কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে।

আনহাতে, পুনৰ গাঁৱবাসীক খাদ্য যোগান ধৰাৰ কথাও প্ৰকাশ কৰিছে এথলেট দ্যুতি চান্দে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd