• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শনিবাৰে জাকাৰ্টাত দৌৰিব হিমাই; সফলতা কামনাৰে নামঘৰ, মন্দিৰ, মছজিদত সমূহীয়া প্ৰাৰ্থনা অসমবাসীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2018 2:44 pm
Hima_das

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫ আগষ্ট তথা কাইলৈ এছিয়ান গেইমছৰ ৪০০ মিটাৰ দৌৰত অংশ ল’ব অসম কন্যা তথা স্বৰ্ণৰাণী হিমা দাস। সম্প্ৰতি ইয়াক কেন্দ্ৰ কৰি নগাঁও জিলাৰ বৃহত্তৰ ধিং অঞ্চলত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে উৎফুল্লিত হৈ পৰিছে হিমাৰ ধিংস্থিত কান্ধুলীমাৰী গাঁওবাসীৰ লগতে সমগ্ৰ ধিং অঞ্চলৰ ৰাইজ।

ইপিনে সমগ্ৰ অসম তথা দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা হিমাৰ সফলতা কামনাৰে নামঘৰ, মন্দিৰ, মছজিদ আদিত আৰম্ভ হৈছে সমূহীয়া প্ৰাৰ্থনাৰ। সকলোৰে আশা চলিত এছিয়ান গেইমছৰ ৪০০ আৰু ২০০ মিটাৰ দৌৰত সকলোকে চেৰ পেলাই হিমাই সোণৰ পদক অৰ্জনেৰে ভাৰতক উজলাই অসমবাসীক বিশ্বৰ বুকুত পুনৰ গৌৰৱান্বিত কৰি তুলিব।

Apply Now

উল্লেখ্য যে হিমাৰ এই সফলতা কামনাৰে বৃহস্পতিবাৰে সন্ধিয়া ধিং নগৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ লগতে বিভিন্ন নামঘৰ, মন্দিৰ-মছজিদ আদিত পৃথকে পৃথকে স্থানীয় ৰাইজৰ লগত বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণেৰে সমূহীয়াভাৱে নাম-কীৰ্তন, বন্তি প্ৰজ্বলন আৰু দোৱা আদি কৰা দেখা যায়।

ইফালে শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত হিমাৰ সফলতা কামনাৰে প্ৰাৰ্থনা জনাই হিমাক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ষ্টেডিয়ামত উপস্থিত থাকি খেল উপভোগ কৰিবলৈ ইতিমধ্যে জাকাৰ্টালৈ ৰাওনা হৈছে ধিং আছুৰ সভাপতি নৱজ্যোতি শইকীয়া আৰু প্ৰাক্তন আছু নেতা ৰুদ্ৰকান্ত শইকীয়া।

আনহাতে কাইলৈ সন্ধিয়া ৭.২০ মিণিটত ট্ৰেকত নামিব স্বৰ্ণৰাণী হিমা। সেয়ে তেওঁৰ সফলতা কামনাৰে ঘৰে ঘৰে এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ সমগ্ৰ ধিংবাসীক আহ্বান জনাইছে ধিঙৰ নাগৰিক মঞ্চই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd