• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় দলৰ হৈ ২০২৩ বিশ্বকাপ জয় কৰিব বিচাৰে বেগী বলাৰ এছ শ্ৰীশান্তে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 9:43 am

1 min read

ভাৰতীয় দলৰ হৈ ২০২৩ বিশ্বকাপ জয় কৰিব বিচাৰে বেগী বলাৰ এছ শ্ৰীশান্তে

এছ শ্ৰীশান্ত

8.7k
VIEWS
Share on FacebookShare on Twitter

পুনৰ ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাৰ ইচ্ছা ব্যক্ত কৰিছে ভাৰতীয় দলৰ পৰা নিষিদ্ধ হোৱা বেগী বলাৰ এছ শ্ৰীশান্তে।

এটা লাইভ ভিডিঅ’ কলত শ্ৰীশান্তে ২০২৩ বিশ্বকাপত ভাৰতীয় দলৰ হৈ খেলাৰ বাবে ইচ্ছা প্ৰকাশ কৰি দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰে বুলি কয়।

‘‘মিছবাহ-উল-হকে ৪২ বছৰলৈ, শচীন পাজিয়ে ৪২ বছৰলৈ, ৰাহুল দ্ৰাবিড়ে ৪২ বছৰলৈ আই পি এল খেলিছিল সেয়ে ময়ো দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰো,’’ ৩৭ বছৰীয়া বেগী বলাৰ গৰাকীয়ে এইদৰে কয়।

৩৭ বছৰীয়া শ্ৰীশান্তক ২০১৩ চনত আই পি এলত মেচ ফিক্সিঙৰ অপৰাধত নিষিদ্ধ কৰা হৈছিল।

ভিডিঅ’ কলটোত ক্ৰিকেটাৰ গৰাকীয়ে তেওঁৰ দোষৰ তুলনাত শাস্তিৰ পৰিমাণ অধিক হোৱা বুলি লগতে কয়।

উল্লেখযোগ্য যে, এছ শ্ৰীশান্তে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয় বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল।

শ্ৰীশান্তে মহেন্দ্ৰ সিং ধোনীকো উচ্চ প্ৰশংসা কৰি ২০২৩ বিশ্বকাপলৈ ধোনীয়ে দলৰ হৈ খেলিব লাগে বুলি কয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd