• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইখন দেশে ভাৰতীয়ক প্ৰদান কৰিছে বিনামূলীয়া ভিছা, সস্তাতেই কৰিব পাৰিব বিদেশ ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 5:02 pm
574
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰা লোকসকলে, বেছিভাগ সময়তে, দেশখন ভাৰতৰ ওচৰত হোৱাটো বিচাৰে। দ্বিতীয়তে, ভাৰতীয় মুদ্ৰা সেই দেশৰ মুদ্ৰাতকৈ শক্তিশালী হোৱাতো বিচাৰে, যাতে কম টকাৰে অধিক মজা কৰিব পৰা যায়।

ভিছাও গুৰুত্বপূৰ্ণ। বহু দেশৰ বাবে আগতীয়াকৈ ভিছাৰ আবেদন কৰিব লাগে। বিশ্বৰ বহু দেশত ভাৰতীয়ই ভিছা পাবলৈ বেলেগে ধন দিব লগা হয়।

শ্ৰীলংকাই দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশ আৰু দেশৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মঙলবাৰে শ্ৰীলংকাৰ কেবিনেটে ভাৰতীয়ক বিনামূলীয়া ভিছা প্ৰদানৰ সিদ্ধান্তত অনুমোদন জনায়। ভাৰতৰ উপৰি চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ বাসিন্দাকো এই সুবিধা প্ৰদান কৰা হ’ব।

এতিয়ালৈকে এই বিনামূলীয়া ভিছা আঁচনিখন শ্ৰীলংকাই পাইলট প্ৰজেক্ট হিচাপে ৰূপায়ণ কৰি আছে।
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে ছ’চিয়েল মিডিয়াত কয় যে এই পাইলট প্ৰজেক্ট ২০২৪ চনৰ ৩১ মাৰ্চলৈকে চলি থাকিব। আলী ছাব্ৰিয়ে এক্স হেণ্ডলত লিখিছে, “পাইলট আঁচনি হিচাপে ভাৰত, চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডক তৎক্ষণাত ৩১ মাৰ্চলৈকে বিনামূলীয়া ভিছা প্ৰদানৰ সিদ্ধান্তত মন্ত্ৰীসভাই অনুমোদন জনাইছে।”
ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে শ্ৰীলংকাৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আজিৰ এই সিদ্ধান্তৰ ফলস্বৰূপে এই দেশসমূহৰ পৰা অহা পৰ্যটকে এতিয়া বিনামূলীয়া শ্ৰীলংকাৰ ভিছা লাভ কৰিব।

দৰাচলতে শ্ৰীলংকাৰ অৰ্থনীতিৰ আন এক চালক হৈছে পৰ্যটন। আৰু শ্ৰীলংকাৰ পৰ্যটনৰ অন্যতম মূল উৎস হৈছে ভাৰতীয় পৰ্যটক। যোৱা ছেপ্টেম্বৰ মাহত মুঠ ৩০ হাজাৰ ভাৰতীয় পৰ্যটকে শ্ৰীলংকা ভ্ৰমণ কৰিছিল, যিটো দেশখনৰ মুঠ পৰ্যটকৰ ২৬ শতাংশ।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd