DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুখীয়া পৰিয়ালৰ মাজত গৰম কাপোৰ বিতৰণ ধৰ্মগুৰু ৰবি শংকৰৰ অনুগামীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 8:39 am
IMG-20191230-WA0030

ফটো : নৰ্থ-ইষ্ট নাও

592
VIEWS
Share on FacebookShare on Twitter

দুখীয়া আৰু সমাজৰ পৰা বিশেষ সুবিধা লাভ নকৰা পৰিয়াল সমূহক হাড় কঁপোৱা জাৰৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যে সোমবাৰে ধৰ্মগুৰু শ্ৰী শ্ৰী ৰবি শংকৰজিৰ অনুগামী সকলে গৰম কাপোৰ বিতৰণ কৰে।

বিপুল প্ৰসাদ নামৰ এজন অনুগামীয়ে কয় যে সমাজৰ দুখীয়া শ্ৰেণীৰ পৰিয়াল সমূহে শিশুৰে হওক বা পৰিয়ালৰ আন সদস্যৰ বাবেই হওক তেওঁলোকক পৰ্যাপ্ত পৰিমানৰ গৰম কাপোৰ কিনি দিব নোৱাৰে সেয়ে আমি তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছো।

ধৰ্মগুৰু জনৰ ভক্তসকলে ৫০ গৰাকী পুৰুষ আৰু মহিলা উভয়কে গৰম চাদৰ আৰু শিশুসকলৰ বাবে কম্বল আৰু বান্দৰ টুপি বিতৰণ কৰে।

দেওবাৰৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰথমে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত লখিমাৰী কানৰি পাৰ্ট ১ত গৰম কাপোৰ বিতৰণ কৰা হয়।

এই সন্দৰ্ভত বেংগালুৰুৰ পৰা শ্ৰী শ্ৰী ৰবি শংকৰজিৰ ভক্ত উদয় শৰ্মা (আচাৰ্য্য)ই কয়, ‘দুখীয়া-নিচলাৰ মাজত কম্বল তথা অন্য গৰম কাপোৰ বিতৰণৰ জৰিয়তে সমাজক সহানুভুতি, মৰম আৰু ত্যাগৰ বাৰ্তা দিব বিচাৰিছো’।

অনাগত দিনত জিলাখনৰ অন্য প্ৰান্তত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিপুল প্ৰসাদে।

Recent News

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd