• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Big Fight:অন্তিমটো বলত প্ৰয়োজন ৫ৰাণ; ছয় মাৰি কোহলিক বিৰাট জয়ৰ সোৱাদ দিলে ভাৰতীয় ভৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2021 10:00 am
Bharat hit six last ball win for RCB
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

IPL Big Fight: আইপিএলৰ লীগ তালিকাৰ শীৰ্ষত থকা দিল্লী কেপিটেলছৰ বিৰুদ্ধে শুকুৰবাৰে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে ৭উইকেট বিজয় সাৱ্যস্ত কৰে। ৰুদ্ধশ্বাস মেচখনৰ অন্তিম অভাৰৰ অন্তিমটো বলত ছয় মাৰি আৰচিবিক বিজয়ী কৰে শ্ৰীকৰ ভাৰতে।

খেলখনত অন্তিমটো অভাৰত ১৫ৰাণৰ প্ৰয়োজন হৈছিল বাংগালোৰক। বেট কৰিছিল গ্লেন মেক্সৱেলে। আৱেশ খানৰ প্ৰথমটো বলত চাৰি মৰাৰ পাছত দ্বিতীয়টো বলত ৰাণ ল’ব নোৱাৰিলে।

তৃতীয়টো বলত মেক্সৱেলে দুই ৰাণ সংগ্ৰহ কৰে। চতুৰ্থটো বলত ১ৰাণ লৈ ভৰতক সুযোগ দিয়ে। কিন্তু তেতিয়া মেচখনত অনিশ্চয়তাৰ ডাৱৰ।

Apply Now

বাংগালোৰক এটা বলত ছয় ৰাণৰ প্ৰয়োজন হ’ল। আৱেশে ৱাইড বল দিলে। অন্তিমটো বলত চিধা ছয় মাৰি ভৰতে দিল্লীৰ আশাত চেঁচাপানী ঢালিলে।

বিৰাট কোহলিয়ে টছত জিকি দিল্লীক প্ৰথমতে বেট কৰিবলৈ দিয়ে। দুই অপেনাৰ শিখৰ ধাৱান আৰু পৃথ্বী শ্ব’ই সুন্দৰ বেটিং কৰি প্ৰথম উইকেটত ৮৮ৰাণ তোলে।

নিজৰ ৩৫ টা বলত ৪৩ৰাণৰ ইনিংছ খেলি আউট হয় ধাৱান। পৃথ্বীয়েও ৪৮ৰাণত চাহালৰ বলত পেভলিয়নলৈ ওভতে।

Also Read: IPL Fight 2021: প্লে-অফত কোন দলে কাৰ বিৰুদ্ধে যুঁজত নামিব, চাওক সূচী

অধিনায়ক ঋষভ পন্ট মাত্ৰ ১০ ৰাণ কৰিয়েই আউট হয়। সেইদৰে শ্ৰেয়াস আয়াৰো ১৮ৰাণত আউট হোৱাৰ পাছত হেটমেয়াৰে ২২বলত ২৯ৰাণৰ ইনিংছ খেলে। দিল্লীয়ে তেওঁলোকৰ নিৰ্দিষ্ট ২০ অবাৰত ১৬৪ৰাণ সংগ্ৰহ কৰে।

বলিঙত বাংগালোৰৰ হৈ  ছিৰাজে দুটা আৰু চাহাল, হৰ্ষল পেটেল আৰু ক্ৰিশ্চিয়ানে এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি দুই অপেনাৰৰ উইকেট হেৰুৱায় বাংগালোৰে। বিৰাট কোহলিয়ে ৪ৰাণ কৰি আৰু দেৱদত্ত পাড়িক্কলে কোনো ৰাণ নকৰাকৈয়ে আউট হৈ যায়।

তাৰপাছতে ইনিংছ চম্ভালি লয় শ্ৰীকৰ ভৰত আৰু ভিলিয়াৰ্ছে। ভৰতে ৭৮ৰাণ কৰি অপৰাজিত হৈ ৰোৱাৰ বিপৰীতে ৫২ৰাণ কৰি অপৰাজিত থাকে গ্লেন মেক্সৱেল। বাংগালোৰে ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

দিল্লীৰ হৈ এনৰিখ ন’খিয়াই দুটা আৰু অক্ষৰ পেটেল এটা উইকেট দখল কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd