• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ৰিঙত নামিব পদক নিশ্চিত কৰা শিৱ থাপা

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 25, 2019 11:28 am

1 min read

Shiva-Thapa-750x375
1k
VIEWS
Share on FacebookShare on Twitter

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেৰাহে চতুৰ্থবাৰৰ বাবে পদক নিশ্চিত কৰি প্ৰথমজন ভাৰতীয় বক্সাৰ হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হোৱা অসম সন্তান শিৱ থাপাই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত প্ৰৱেশৰ লক্ষ্যৰে আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।

ইয়াৰ বাবে আজি থাপাই পৰাস্ত কৰিব লাগিব কাজাখাস্তানৰ জাকিৰ ছেফিউলিনক। ২০১৫ চনৰ ৰূপৰ পদক বিজয়ী ছেফিউলিনে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব যদিও দুৰ্দান্ত ফৰ্মত থকা থাপা ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।

বেংককত চলি থকা এছিয়ান কনফেডাৰেইশ্যন বক্সিং চেম্পিয়নশ্বিপত ৬০ কেজিৰ লাইটৱেইটত খেলা থাপাই কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ ৰুজাক্ৰন জানট্ৰঙক ৫-০ পইণ্টত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল। এইবাৰ পদক নিশ্চিত হোৱাৰ লগে লগে এছিয়ান চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে চতুৰ্থটো পদক পোৱা প্ৰথম ভাৰতীয় বক্সাৰ হিচাপে পৰিণত হৈছে শিৱ থাপা।

Recent News

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

a toka

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

a bor

এইবাৰ গণভোটৰ জৰিয়তে বোর্খা নিষিদ্ধ কৰিলে ইউৰোপৰ আন এখন দেশে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd