• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঁতৰোৱা হৈছে কাৰিকৰী আসোঁৱাহ : গ্ৰাহকক চিন্তিত নহ’বলৈ আশ্বাস ষ্টেট বেংক অৱ ইণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 11:03 am
SBI

প্ৰতিনিধিত্বমূলক ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে দেশৰ কোটি কোটি গ্ৰাহকৰ একাউন্টৰ বিতং তথ্য ফাদিল হৈ পৰাৰ আশংকা দূৰ কৰি কাৰিকৰী আসোঁৱাহ খিনি অঁতৰোৱা বুলি দাবী কৰিছে।

ষ্টেট বেংক অৱ ইণ্ডিয়াই এক আনুষ্ঠানিক বিবৃতিযোগে শুকুৰবাৰে জানিব দিয়ে যে ‘বেংকটোৱে ইয়াৰ সকলো গ্ৰাহককে জনাব বিচাৰে যে তেওঁলোকৰ তথ্যসমূহ নিৰাপদ তথা সুৰক্ষিত’ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া ‘সেইটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ’।

যোৱা বুধবাৰে Techcrunch নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰতিষ্ঠানে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা মতে এছ বি আয়ে তেওঁলোকৰ মুম্বাইৰ এক ছাৰ্ভাৰ ৰখা কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ তথ্য মজুত থকা এটা গুৰুত্বপূৰ্ণ ছাৰ্ভাৰ পাৰ্ছৱৰ্ডেৰে সুৰক্ষিত কৰি ৰাখিবলৈ পাহৰি থকাত কোটি-কোটি বেংক একাউণ্টৰ বেংক বেলেঞ্চ, বেংক একাউণ্ট নম্বৰ আদি তথ্য ফাদিল হোৱাৰ সন্দেহ কৰা হৈছিল।

আনহাতে, বেংকটোৱে বিবৃতিটোত লগতে উল্লেখ কৰিছে যে তেওঁলোকে গ্ৰাহকৰ একাউন্টৰ তথ্যপাতিসমূহ গোপনে ৰখাৰ এক পদ্ধতি অৱলম্বন কৰিছে।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিবৃতিটোত কোৱা মতে তেওঁলোকে ‘দ্য চাৰ্ভিচেছ অৱ টেলিকম এণ্ড এগ্ৰিগেটৰছ’ পদ্ধতি ব্যৱহাৰ কৰিছে।

‘’অনুসন্ধানত গম পোৱা গৈছে যে যোৱা ২৭ জানুৱাৰিত উদ্ভৱ হোৱা তেওঁলোকৰ পদ্ধতিত এক ছিদ্ৰ বা অৱয়ৱত ত্ৰুটি দেখা গৈছিল যিটো তাৎক্ষণিকভাৱে ঠিকঠাক কৰা হৈছে,’’-বিবৃতিটোত এইদৰে কোৱা হয়।

বেংকটোৱে লগতে সদৰী কৰিছে যে ইয়াৰ চাৰ্ভাৰটো সুৰক্ষিত হৈ আছে আৰু ইয়াৰ পৰা কোনো তথ্য পাতি ইফাল-সিফাল হোৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd