• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ নাৰী সবলীকৰণ!পঞ্চায়তত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2018 9:38 pm
BJP BJP

গুৱাহাটীত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অপৰাজিতা ভূঞাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচন। তাক লৈ বিভিন্ন ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ বাবে কুচ-কাৱাজ অৱ্যাহত ৰখাৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিয়েও ৰচনা কৰিছে নানা কৌশল।

এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দুয়োটা পৰ্য্যায়তে মহিলাক বেছিকৈ গুৰুত্ব প্ৰদান কৰি ৰাজ্যিক বিজেপিয়ে জিলা পৰ্য্যায়ৰ সদস্য পদৰ পৰা আৰম্ভ কৰি সদস্য পৰ্য্যায়লৈকে মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমৰ্থন আদায়ৰ চেষ্টাত নামিছে ৰাজ্যিক বিজেপি।

Apply Now

সপ্তাহটোৰ ৬ টা দিন সংবাদমেল সম্বোধন কৰা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলৰ সমান্তৰালকৈ বিজেপিৰ আন এগৰাকী মুখপাত্ৰ অপৰাজিতা ভূঞাই সংবাদমেল সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বত মহিলাৰ গুৰুত্বৰ কথা সদৰী কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ মহিলাকেন্দ্ৰিক পুৰণি আঁচনিৰ কথা দোহাৰে।

আজি সম্বোধন কৰা সংবাদমেলত অপৰাজিতা ভূঞাই কয়, ‘’এইবাৰ ৬২ শতাংশতকৈও অধিক মহিলাক জিলা পৰিষদৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। লগতে ৬০ শতাংশ মহিলাক পঞ্চায়তৰ অন্য পদসমূহত প্ৰাৰ্থিত্ব প্ৰদানৰ সুবিধা প্ৰদান কৰিছে।‘’

তদুপৰি মহিলাসকলৰ প্ৰতি বিজেপি দল অধিক দায়বদ্ধ হোৱাৰ বাবে চৰকাৰখন গঠন হোৱাৰে পৰা এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদমেলত দাবী কৰে অপৰাজিতাই।

আনহাতে, উক্ত সংবাদমেলতে মহিলাকেন্দ্ৰিক কেতবোৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ উদ্ধৃতি দি জনসাধাৰণক আকৃষ্ট কৰা দেখিবলৈ পোৱা গ’ল। তাৰ বিপৰীতে ‘কনকলতা মহিলা সবলীকৰণ’ আঁচনিৰ বাদে অন্য কোনো পদক্ষেপ ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ গ্ৰহণ নকৰাটোৱে প্ৰতিপন্ন হ’ল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীৰ বক্তব্যৰ পৰা।

উক্ত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী পঢ়াও বেটী বচাওঁ’ আঁচনিৰ উদ্ধৃতি দি তেওঁ কয়, ‘’চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্য আগত ৰাখি তথা কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ প্ৰতিৰোধৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।‘’

তদুপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘’উজালা আঁচনিৰ’ অধীনত গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাই যাতে ৰন্ধন গেছ লাভ কৰিব পাৰে, তাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পাছত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উক্ত সংবাদমেলত তেওঁ কয়।

মন কৰিবলগীয়া যে, হিমা দাসৰ প্ৰসংগ টানি আনি অপৰাজিতাই অসমত মহিলা ক্ৰীড়াবিদসকলৰ অধিক উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি দাবী কৰে।

আনহাতে, শিশু আৰু মহিলাসকলৰ ওপৰত হোৱা নিৰ্য্যাতনৰ তৎকালীন খবৰ দিয়াৰ বাবে প্ৰতিখন পঞ্চায়তত হেল্পলাইন গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ’ব বুলিও উক্ত সংবাদমেলত আশ্বাস দিয়ে।

তদুপৰি প্ৰতিটো বিধানসভা সমষ্টিৰ ১০০০ টা আত্ম সহায়ক গোটক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ‘কনকলতা মহিলা সবলীকৰণ’ আঁচনিৰ কাম আৰম্ভ হোৱা বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

নিৰ্বাচনৰ পূৰ্বে চমক সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা সদৰী কৰিলেও প্ৰকৃতাৰ্থত গাঁৱৰ ৰাইজ লাভাম্বিত হ’বনে সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd