• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়ৰে দায়বদ্ধতা! অসম ৰাজ্যিক বিজেপিয়ে নাজানে মিজোৰামৰ ৰাজধানী কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2021 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি যদি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা এটি শিশুক মিজোৰাম নাইবা ত্ৰিপুৰাৰ ৰাজধানী কি বুলি প্ৰশ্ন কৰে তেন্তে সি তপৰাই উত্তৰ দিব মিজোৰামৰ আইজল আৰু ত্ৰিপুৰাৰ আগৰতলা।

কিন্তু অসম ৰাজ্যিক বিজেপিয়ে প্ৰকৃততে নাজানে মিজোৰামৰ ৰাজধানী কি?
অসমৰ ৰাজ্যিক বিজেপিৰ মতে মিজোৰামৰ ৰাজধানী ইম্ফল। তেন্তে মণিপুৰৰ ৰাজধানী কি হ’ব অসম ৰাজ্যিক বিজেপিৰ বাবে?

Apply Now

BJP ASSAM PRADESH নামৰ ৰাজ্যিক বিজেপিৰ অফিচিয়েল পেইজত দেখা পোৱা গৈছে এই বৃহৎ ভুল। তেওঁলোকে মিজোৰামৰ ৰাজধানী কৰি পেলালে ইম্ফলক।

bjpp

বাতৰি যুগুত কৰাৰ প্ৰায় এঘন্টা পূৰ্বে বিজেপিৰ আই.টি. চেলে এটা পোষ্ট কৰে নিজৰ ফেচবুক পোষ্টত তথা বাতৰিটো প্ৰকাশ পোৱালৈকে শুধৰোৱা হোৱা নাই পোষ্টটো।

যিটো পোষ্টত লিখা আছে ‘আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়া আৰু শ্ৰী অতুল বৰা ডাঙৰীয়াই ইম্ফলত উপস্থিত হৈ মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উক্ত বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি বাহাল ৰাখিবলৈ কিছু যুটীয়া সিদ্ধান্ত লোৱা হয়।‘

কিন্তু পাঠক ৰাইজৰ লগতে বিজেপি অসম প্ৰদেশৰ আই.টি.চেলক আমি ক’ব বিচাৰো যে মিজোৰামৰ ৰাজধানী ইম্ফল নহয়, আইজলহে। আজি মন্ত্ৰী অশোক সিংহাল আৰু অতুল বৰা মিজোৰামৰ আইজলতহে উপস্থিত হৈছিল, ইম্ফলত নহয়।
প্ৰশ্ন হৈছে, ‘মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ পাছত এনেবোৰ ভুল কিয় সঘনাই ঘটিবলৈ লৈছে?’

উল্লেখযোগ্য যে, অসম চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰী মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
আইজল ক্লাবত অনুষ্ঠিত বৈঠকত এইবুলি সুদ্ধান্ত লোৱা হয় যে সীমা সমস্যা সন্দৰ্ভত দুয়োখন ৰাজ্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাষ চাপিব আৰু গৃহ মন্ত্ৰালয়ে দিয়া বিধান মানি ল’ব।

শেহতীয়াকৈ মানুহৰ মাজত হোৱা চৰ্চাৰ  পিছত বিজেপিৰ উক্ত পেজৰ পৰা ইম্ফলৰ ঠাইত আইজল কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd