• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ অত্যাধুনিক ছয় মহলীয়া বিলাসী ব্যয়বহুল কাৰ্য্যালয়ৰ নিৰ্মাণকাৰ্য্য আৰম্ভ

২১ ৰ নিৰ্বাচনত নতুন বাজপেয়ী ভৱনৰ পৰা যুঁজাৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 8:04 am
BJP office

বিজেপিৰ কাৰ্য্যালয়

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান-গৰাখহনীয়া, নিৱনুৱাকে ধৰি অন্য বহু সমস্যাই বছৰ বছৰ ধৰি অসমৰ জনসাধাৰণক জুৰুলা কৰি থকাৰ সময়ত অসম ৰাজ্যিক বিজেপিৰ বিলাসী মুখ্য কাৰ্য্যালয়ৰ আৰ্হি প্ৰকাশ পাইছে।

বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ বিলাসী আৰু ব্যয়বহুল নতুন মুখ্য কাৰ্য্যালয়ৰ নিৰ্মাণ়ৰ কামৰ শুভাৰম্ভণি কৰা হয়।

Apply Now

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুনকৈ নিৰ্মাণ হ’বলগীয়া কাৰ্য্যালয়টোৰ আধাৰশিলা স্থাপন কৰে।

ৰাজ্যিক বিজেপিৰ নিৰ্মাণ হ’বলগীয়া কাৰ্য্যালয়টো ৬ মহলীয়া হোৱাৰ লগতে তলৰ মহলাত অত্যাধুনিক পাৰ্কিং থাকিব বুলি জানিব পৰা গৈছে।

তাৰোপৰি, ডিজিটেল লাইব্ৰেৰী, আই.টি চেল, অতিথি কোঠা, বৃহৎ সভা কক্ষ, সৰু সভা কক্ষ ইত্যাদি সংযোজিত হ’ব নতুন ভৱনটোত।

আনহাতে, ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ কাম-কাজ নতুনকৈ স্থাপন হ’বলগীয়া অত্যাধুনিক কাৰ্য্যালয়ৰ পৰা পৰিচালিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰেই নতুন কাৰ্য্যালয়ৰ নামাকৰণ কৰা হ’ব।

লগতে জিলা সমূহতো কেন্দ্ৰীয় বিজেপিৰ নেতৃত্বত জিলা কাৰ্য্যালয়ৰ নিৰ্মাণৰ বাবে চিন্তা চৰ্চা চলাই থকা হৈছে বুলি দাসে কয়।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা বিধায়ক  ডা° নোমল মমিন আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd