• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেঁচা! অশোক শইকীয়াৰ গ্ৰেপ্তাৰৰ প্ৰসংগত কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই?

দিল্লীত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তও সদৰী কৰিলে কলিতাই

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 8, 2021 5:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ গ্ৰেপ্তাৰত কংগ্ৰেছে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছে।

কিন্তু এইবোৰ হেঁচা প্ৰয়োগ কৰাৰ কথা নহয়। আমি কাৰোবাক ভয়- ভাবুকি দি দললৈ আনিব লগা হোৱা নাই। উজনি ইতিমধ্যে গেৰুৱা হ’লেই। এইয়া আমাৰ বাবে যথেষ্ট । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

Apply Now

অশোক শইকীয়াক ইতিমধ্যো NBW দিয়া হৈছিল। কিন্তু তেওঁ আদালতক অসন্মান কৰিছে। সেইহেতুকে গ্ৰেপ্তাৰ হৈছে । বিজেপিয়ে NBW দিব নোৱাৰে। গতিকে বিজেপিৰ ওপৰত অভিযোগ তুলি লাভ নাই বুলি তেওঁ কয়।

দিল্লীত দেওবাৰে অনুষ্ঠিত হৈ যোৱা বিজেপিৰ কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সোমবাৰে এক সংবামেল অনুষ্ঠিত কৰে।

সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদেৰে ওপচাই পেলাই তেওঁ কয়”প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজঁনা আচঁনিত ৮০ কোটি জনতাক সামৰি লোৱা হৈছে।

জম্মু কাশ্মীৰৰ বাবে ৮০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা মোডী চৰকাৰৰ।

দেশৰ সকলো লোককে বিনামূলীয়া ঔষধ দিয়া এক আচঁনি তৈয়াৰ কৰিছিল মোডী চৰকাৰে ইয়াৰ বাবে। ধন্যবাদ সূচক প্ৰস্তাৱ কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয়। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবেও ধন্যবাদ জনোৱা হয়।

পেট্ৰ’ল- ডিজেলৰ মূল্য মোডী চৰকাৰে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবেও ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে। উপ নিৰ্বাচনত ৫ খন আসনৰ ৫ খনতে জয়ী হোৱাত ধন্যবাদ কেন্দ্ৰৰ।

বিজেপিৰ যাত্ৰা বিৰামহীন। আমি বহি নাথাকো।২৫ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উদযাপন কৰা হ’ব।

কলিতাই কয় যে ১২,১৩,১৪ তাৰিখে মুম্বাইত অনুষ্ঠিত হ’ব বিজেপি বিধায়কৰ প্ৰশিক্ষণ শিবিৰ।ডিব্ৰুগড় আৰু শিলচৰক পৌৰসভালৈ পৰিৱৰ্তিত কৰা হৈছে। ইতিমধ্যো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৌৰসভা নিৰ্বাচনৰ বাবে ভৱেশ কলিতাৰ নেতৃত্বত বিজেপি দল সাজু হৈছে। ইতিমধ্যো কাম কাজ আৰম্ভ হৈছে।ভাৰতীয় জনতা পাৰ্টিৰ কোনো এজন বিধায়ক পিছপৰা নহয়। আটাইকেইজন চেঞ্চুৰী মাৰিব পৰা বিধায়ক বুলি কলিতাই মন্তব্য কৰে।
বিজেপি চৰকাৰৰ দিনত শ্বহীদক সন্মান দিয়া হৈছে ।

অসমৰ সৰ্বাংগীন বিকাশৰ বিজেপি চৰকাৰৰ একমাত্ৰ। আৰু সেই কথা বিধায়ক সকলে দেখিছে।
গতিকে বিজেপি দলৰ ফালে মন মেলিছে বুলি তেওঁ মন্তব্য কৰে।

আমাৰ চৰকাৰত ন্যায় সকলোৰে বাবে সমান। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিধায়ক পুঁজি সকলো বিধায়কে পাইছে।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একাংশ বিৰোধী বিধায়কে কাম কৰিবলৈ মন মেলাৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে।বিজেপিয়ে কোনো বিধায়কক ব্লেকমেইলিং কৰা নাই।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd