• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যখনত জুই জ্বলাই থৈ ক’ত লুকাল হিমন্ত বিশ্ব শৰ্মা?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 7:20 pm
21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই এই আন্দোলনটোক এক সাধাৰণ আন্দোলন হিচাপে প্ৰতিপন্ন কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছিল।

আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নেতাগৰাকীয়ে অসমৰ জাতীয়তাবাদী নেতৃত্বক উপলুঙাসূচক মন্তব্য কৰি বিধেয়কখনক যথাৰ্থতা প্ৰদান কৰাৰ চেষ্টা চলাইছিল।

Apply Now

কেবল সেয়াই নহয়, অসমত কেব নাহিলে অসমীয়া মানুহ বিপদত পৰিব বুলি সাৱধানবাণীহে শুনাইছিল নিশাটোৰ ভিতৰতে দল সলনি কৰি বিজেপিৰ ত্ৰাণকৰ্তা হৈ পৰা নেতাগৰাকীয়ে।

অসমীয়াৰ স্বয়ম্ভু অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হৈ ৰাজ্যখনৰ বুদ্ধিজীৱী, জাতীয়তাবাদী সংগঠন তথা কেবৰ বিৰোধিতা কৰা সকলো পক্ষকে তুচ্ছ-তাচ্ছিল্য কৰি বিজেপি চৰকাৰৰ প্ৰতি ৰোষ বৃদ্ধি কৰাত অৰিহনা যোগাইছিল।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই অধিক উৎসাহ প্ৰদৰ্শন কৰি অসমৰ জাতীয়তাবাদী সংগঠনৰ লগতে কেবৰ বিপক্ষে মাত মতা সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লয়।

তদুপৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেব বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ নপৰে বুলি বিভিন্ন সভাই-সমিতিয়ে বক্তৱ্য ৰাখিছিল।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অতিক্ৰমী হিমন্ত বিশ্ব শৰ্মাই আইন শংখলা পৰিস্থিতিৰ কোনো শংকাৰ কাৰণ নাই বুলি বুজাব বিচাৰিছিল।

বিভিন্ন সময়ত প্ৰৰোচনামূলক তথা উচটনিমূলক মন্তব্য দি মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰ পৰিৱশে এটাৰ সৃষ্টি কৰিছিল। আনকি সম্ভাৱ্য প্ৰতিবাদকাৰী জনতাক তুচ্ছ-তাচ্ছিল্য কৰি তেওঁ উত্তেজিতহে কৰি তুলিছিল।

স্বাভাৱিকতে, ৰাজ্যসভাত কেব গৃহীত কৰিবলৈ চৰকাৰে আগবঢ়াৰ সময়ত ৰাজ্যখনত যি প্ৰতিবাদৰ জুই জ্বলিল তাত তেওঁৰ সেই মন্তব্যবোৰে আজি এক ইন্ধন যোগাইছে।

প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই চাই লওক আমাৰ প্ৰতিবাদৰ শক্তি।

আনহাতে, কেইদিনমান আগতে নেতাগৰাকীয়ে মন্তব্য কৰিছিল যে কেবৰ বিৰুদ্ধে আন্দোলনটো আশা কৰা মতে হোৱা নাই। অৱশ্যে, আজি তেওঁৰ সেই আশা কৰা প্ৰতিবাদটো হ’ল নে নাই সেয়া ক’বলৈ মন্ত্ৰীগৰাকীয়ে ক’তো দৰ্শন দিয়া নাই।

স্পষ্টভাষাত ক’বলৈ গ’লে ৰাজ্যখনত জুই জ্বলাই থৈ তেওঁ এতিয়া হয়তো ক’ৰবাত মন্ত্ৰণাত ব্যস্ত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd